--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পৃথিৱী  মহাকাশ পৰা  শ শ কিলোমিটাৰ দূৰৈত অৱস্থিত৷ কিন্তু ইমান দূৰত্ব থকা স্বত্বেও  মহাকাশৰ পৰা পৃথিৱীৰ বহু ঠাই  স্পষ্টকৈ দেখা যায়। আপুনি জানি আচৰিত হ’ব  যে এই বিশেষ স্থানসমূহ  ডুবাই, চীন আৰু  আমেৰিকাৰ পশ্চিমাংশত  আছে। এই স্থানসমূহৰ লগতে পৃথিৱীৰ কিছু পথো মহাকাশৰ পৰা দেখা যায় বুলি জানিব পৰা গৈছে ৷আহক জানো, মহাকাশৰ পৰা দেখা পোৱা এই ঠাই সমূহ কি কি অথবা ক’ত আছে৷

পৃথিৱী আৰু মহাকাশৰ  সীমা ৰেখাক  কাৰম্যান লাইন বোলা হয়। এই ৰেখাদাল পৃথিৱী পৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত। এই উচ্চতাৰ পৰা পৃথিৱীৰ অনেক ঠাই দেখা যায়। এই ঠাইৰ পৰা দেখা দৃশ্যসমূহ  অতুলনীয়৷ 

মহাকাশ পৰা  চীনৰ থ্রি গর্জেস বান্ধ পৰিষ্কাৰভাৱে দেখা যায়। বিশ্বৰ বৃহত্তম বান্ধটো  তৈয়াৰ কৰোতে ২.৫ লক্ষ কোটি টকাতকৈয়ো অধিক ধন ব্যয় কৰা  হৈছে। এই বান্ধটো চীনেৰ ইয়াংজি নদীৰ ওপৰত  নির্মিত৷ এই নদীখন  বিশ্বৰ  তৃতীয় দীর্ঘতম নদী হিচাপে স্বীকৃত হৈছে।

 ডুবাইৰ বিখ্যাত অৰণ্য  জুমেইৰাকো মহাকাশৰ পৰা স্পষ্ট ৰূপত দেখা যায়। সমগ্ৰ বিশ্বতে  ডুবাই সুউচ্চ অট্টালিকাসমূহৰ বাবে পৰিচিত। গছৰ আকৃতিৰ  জুমেইৰা দ্বীপটো এখন বিলাসী হোটেল, ব্যয়বহুল এপাৰ্টমেণ্ট  আৰু  আপমার্কেট গ্লোবেল ৰেষ্টুৰেণ্টৰ বাবে বিখ্যাত।

এই ঠাইসমূহৰ উপৰিও কিছু সময়ত  মহাকাশৰ পৰা  পৃথিৱীৰ  বহু  বৃহৎ পথ  দেখা পোৱা যায় বুলি  জানিব পৰা গৈছে ৷ ইয়াৰোপৰি চীনৰ বৃহৎ প্ৰাচীৰো মহাকাশৰ পৰা সুন্দৰকৈ দেখা পোৱা যায়৷ এই প্ৰাচীন প্ৰাচীৰ পৃথিৱীৰ পৃথিৱীৰ সপ্তম আশ্চৰ্যৰ ভিতৰত এটা৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?