--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগত সপ্তাহত ম্যানমাৰত সংঘটিত হোৱা ভয়ংকৰ ভূমিকম্পত শনিবাৰে নিহতৰ সংখ্যা ৩৩৫৪জনলৈ বৃদ্ধি পালে। 

ভূমিকম্পত বিধ্বস্ত ম্যানমাৰক সাহায্য আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰসংঘই বিশ্বৰ দেশসমূহক আহ্বান জনাইছে। আনহাতে, ইউ এছ এইডৰ বিষয়াসকলে কয় যে এটা মার্কিন সাহায্যকাৰী দল ভূমিকম্প- বিধ্বস্ত অঞ্চলটো গৈ পোৱাৰ পাছতেই তেওঁলোকে চাকৰি হেৰুওৱাৰ খবৰ লাভ কৰে। 

এই লৈ দেশখনত মার্কিন সাহায্যত বাধাই দেখা দিছে। ২৮ মাৰ্চত ম্যানমাৰত হোৱা ভূমিকম্পত ৪,৮৫০জন লোক আহত হৈছে আৰু। এতিয়াও ২২০জন লোক সন্ধানহীন হৈ আছে। 

ইফালে, ম্যানমাৰত হোৱা ভূমিকম্পত সৰ্বাধিক ক্ষতিগ্রস্ত হোৱা মাণ্ডালয়ত ৰাষ্ট্ৰসংঘৰ সাহায্য দলৰ মুৰব্বী টম ফ্লেটছাৰ উপস্থিত হৈ বিধ্বস্ত দেশখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ আহ্বান জনায়। ম্যানমাৰ চুবুৰীয়া দেশ চীন, ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহে দেশখনক সাহায্য সামগ্রী যোগান ধৰাৰ লগতে উদ্ধাৰকাৰী দলো প্রেৰণ কৰিছে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?