--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হেঁপাহৰ ৰঙালী বিহুটিলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। চাৰিওফালে কেৱল এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি। 

ইতিমধ্যে আৰম্ভ হৈছে বিহুৰ আখৰা ৷ লগতে প্ৰিয় কণ্ঠশিল্পীৰ সংগীতানুষ্ঠান চাবলৈ উৎসুক হৈ আছে বিহুবলীয়া ৰাইজ ৷ তেনে সময়তে ৰঙালী বিহুৰ মঞ্চত এক নতুন ৰূপত দেখিবলৈ পোৱা গ'ল হাৰ্টথ্ৰৱ জুবিন গাৰ্গক।

ৰঙালীৰ মঞ্চত জুবিনৰ নতুন ৰূপে মুহিলে দৰ্শকক ৷ হাতত লাখুটি লৈ ৰঙালীৰ মঞ্চত নতুন ৰূপত দেখা গ’ল জুবিন গাৰ্গক । কিন্তু কিয় এনে ৰূপত দেখা গ'ল শিল্পীগৰাকীক। শীঘ্ৰেই আহি আছে জুবিন গাৰ্গৰ অন্য এখন নতুন চিনেমা ‘ৰৈ ৰৈ বিনালে’ ৷ ইতিমধ্যে পূৰ্ণগতিত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম । আৰু এই নতুন ৰূপেৰে ছবি ‘ৰৈ ৰৈ বিনালে’ ৰ প্ৰচাৰ চলাইছে জুবিনে । ৰৈ ৰৈ বিনালে" অসমৰ প্ৰথমখন মিউজিকেল ছবি ।
May be an illustration of 1 person and text that says "CREATION A zubeen Garg Musical বেখে લে রে রিনলের ล By のを場かyanごまま刀 ByRajeshBhuyan Rajesh Bhuyan & Team COMING OMINGSOON SOON" 

উল্লেখযোগ্য যে ছবিখনত প্ৰথমবাৰৰ বাবে অভিনয় কৰিব কণ্ঠশিল্পী আচুর্য বৰপাত্ৰ, নীল আকাশৰ লগতে কেইবাগৰাকী কণ্ঠশিল্পীয়ে । ছবিখন পৰিচালনা কৰিব ৰাজেশ ভূঞাই । চিত্ৰনাট্য শান্তনু ৰৌমৰীয়া আৰু ৰাহুল গৌতম শৰ্মাৰ । ছবিখনৰ কাহিনী জুবিন গাৰ্গৰ ।প্ৰিয় শিল্পীগৰাকীৰ ছবিখনক লৈ উৎসাহী এতিয়া অসমবাসী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?