--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

লছ এঞ্জেলছ: অস্কাৰৰ মঞ্চখন প্ৰতিগৰাকী চলচিত্ৰ তাৰকা, কলা-কুশলীৰ স্বপ্নৰ মুহূৰ্ত৷ এই সোণালী মুহূৰ্তটি হাতত পাই তাৰকাসকলৰ আৱেগবিহ্বল আজৱ কীৰ্তিৰ সাক্ষী অস্কাৰৰ মঞ্চ৷ ২০২১বৰ্ষৰ ৯৩সংখ্যক অস্কাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত দৰ্শকবৃন্দই এক অদ্ভুত ঘটনাৰ সাক্ষী হৈ ৰ'ল৷

আৰু পঢ়িব পাৰিব : প্ৰধান শিক্ষকৰ লুণ্ঠনৰাজঃ চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ

'জুডাছ এণ্ড দ্য ব্লেক মেছিয়া' ছবিত ফ্ৰেড হ্যাম্পটনৰ চৰিত্ৰত কৰা সাৱলীল আৰু দুৰ্দান্ত অভিনয়ৰ বাবে সহঃ অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছে ব্ৰিটিছ অভিনেতা ডেনিয়েল কাল্লুয়াই৷

উল্লেখ্য যে, অভিনেতাগৰাকীয়ে অস্কাৰ গ্ৰহণৰ সময়ত দিয়া বক্তব্যত আচৰিত হৈ পৰে দৰ্শক বৃন্দ৷ তেওঁ মন্তব্য কৰে যে, 'মই মোৰ মাক ধন্যবাদ দিব বিচাৰোঁ৷ মাৰ বাবেই আজি মই এই পৰ্যায়ত উপনীত হৈছো৷ তেওঁলোক যৌনতাত লিপ্ত হৈছিল বাবেই মই আজি এই মঞ্চত৷ বুজিলে নহয় মই কি ক'ব বিচাৰিছো! এই জীৱন পাই মই ভীষণ সুখী৷ আজিৰ দিনটো মই উদযাপন কৰিম৷’

আৰু পঢ়িব পাৰিব : কৰ’নাৰ দ্বিতীয়টো ঢৌত বিধ্বস্ত ভাৰত !

৩২বছৰ বয়সৰ এগৰাকী অভিনেতাৰ এনে অদ্ভুত উইনিং ভাষণ শুনি দৰ্শৰ সমান্তৰালকৈ হতভম্ব অভিনেতাগৰাকীৰ মাতৃ৷ সহস্ৰ দৰ্শকৰ সমাৱেশৰ মাজত পিতৃ-মাতৃৰ যৌন জীৱনৰ উল্লেখ তথা পুত্ৰৰ স্পষ্ট প্ৰকাশভংগীত আচৰ্যচকিত ডেনিয়েলৰ মাতৃ। সম্প্ৰতি ডেনিয়েলৰ মাতৃৰ প্ৰতিক্ৰিয়া আৰু ডেনিয়েলৰ অদ্ভুত ভাষণে সামাজিক মাধ্যমতো সৰ্বাধিক চৰ্চা লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?