--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাই: আইপিএলৰ পৰা বিদায় পঞ্জাব কিংছৰ অধিনায়ক কে এল ৰাহুলৰ| এপেণ্ডিচাইটিছৰ ধৰা পৰিছে তাৰকা খেলুৱৈগৰাকীৰ দেহত| তাৰ পাছতে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় খেলুৱৈগাৰকীক| শীঘ্ৰেই অস্ত্ৰোপচাৰ কৰাৰ হ'ব ৰাহুলৰ| সেইবাবে আইপিএলৰ পৰৱৰ্তী খেলসমূহত দেখা পোৱা নাযাব কে এল ৰাহুলক|

আৰু পঢ়িব পাৰিব :   নন্দীগ্ৰামত পৰাজিত হোৱা সত্ত্বেও মমতা বেনাৰ্জী পশ্চিম বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব পাৰে, কেনেকৈ?

পঞ্জাব কিংছৰ তৰফৰ পৰা টুইটাৰযোগে সদৰী কৰিছে যে, 'নিশা প্ৰচণ্ড পেটৰ যন্ত্ৰণাত কষ্ট পাইছিল কে এল ৰাহুলে| ঔষধ গ্ৰহণৰ পাছতো স্বাস্থ্যৰ কোনো পৰিৱৰ্তন পৰিলক্ষিত নোহোৱাত আপদকালীনভাৱে স্কেন কৰা হয় আৰু এপেণ্ডিচাইটিছৰ ধৰা পৰে| অস্ত্ৰোপচাৰৰ পাছতেই সুস্থ হৈ পৰিব তেওঁ| নিৰাপত্তাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে খেলুৱৈগৰাকীক|'

আৰু পঢ়িব পাৰিব :  ঘোষিত হ’ল অসম বিধানসভা নিৰ্বাচন: ধৰাশায়ী হ’ল বহু ৰথী-মহাৰথী

চলিত আইপিএলত অৰেঞ্জ কেপৰ অধিকাৰী কে এল ৰাহুলৰ অনুপস্থিয়ে পঞ্জাব কিংছে কিদৰে অগ্ৰসৰ হয় সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব|

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?