--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী: অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত দিল্লীত অনুষ্ঠিত হৈছে এখন গুৰুত্বপূৰ্ণ বৈঠক৷ দুয়োখন ৰাজ্যৰ মুখ্য সচিবক দিল্লীলৈ তলব কৰা হৈছে৷ গৃহ-মন্ত্ৰণালয়ত অনুষ্ঠিত হৈছে এই বৈঠক৷ বৈঠকত উপস্থিত থাকে অসম-মিজোৰামৰ দুয়োগৰাকী আৰক্ষী সঞ্চালক প্ৰধান৷

দিনৰ ১০.৩০ বজাৰ পৰা দিল্লীত অনুষ্ঠিত হৈছে এই বৈঠক৷ মিজোৰামৰ মুখ্য সচিবৰ উপস্থিতত অনুষ্ঠিত হৈছিল প্ৰথমখন বৈঠক৷ আনহাতে ৪ বজাত অনুষ্ঠিত হ'ব দ্বিতীয়খন গুৰুত্বপূৰ্ণ বৈঠক৷ অসমৰ মুখ্যসচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত থাকিব বৈঠকখনত৷

সীমান্তৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ সীমান্তৰ সমস্যাৰ বিষয়টোক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান শৰ্মাৰ৷ ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰে কেন্দ্ৰই৷ মুখ্যমন্ত্ৰীৰ ভাষ্যৰ অপ-ব্যাখ্যা হোৱা বুলি মন্তব্য কৰে তেওঁ৷ কংগ্ৰেছকো কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?