--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ঢেকিয়াজুলী : 'অসমবাসীৰ গভীৰ আন্তৰিকতাই মোক আপ্লুত কৰে৷ এয়া ভ্ৰমণ নহয়, আপোনালোকৰ দৰ্শনৰ বাবে আহিছো'- এনেদৰে ঢেকিয়াজুলীৰ পৰা অসমীয়াক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰথমেই জনগোষ্ঠীয় ভাষাৰে ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ শনিবাৰৰ বন্তি প্ৰজ্বলনৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন তেওঁৰ৷

আৰু পঢ়িব পাৰিব : নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ গোলকীয় ভাবমূৰ্তি সংকটত নেকি? 

আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পশংসাত পঞ্চমুখ হৈ পৰে মোদী৷ তেওঁৰ মতে, সোণোৱাল চৰকাৰে তৰিৎ গতিৰে ত্বৰান্বিত কৰিছে উন্নয়ন৷ ইপিনে অসম আক্ৰমণকাৰীক পৰাস্ত কৰাৰ পবিত্ৰ ভূমি বুলিও মন্তব্য কৰে মোদীয়ে৷ ঢেকীয়াজুলিৰ ৪২ৰ ছহিদক স্মৰণ মোদীৰ৷

আৰু পঢ়িব পাৰিব :বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ মুকলি কৰিব মোদীয়ে

ইপিনে অনুষ্ঠানত অংশগ্ৰহণ কৰি ‘নৰেন্দ্ৰ মোদী জিন্দাবাদ’ ধ্বনিৰে ভাষণ আৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ উত্তৰ-পূবৰ উন্নয়নত মোদী চৰকাৰে বিশেষ গুৰুত্ব দিছে বুলি মন্তব্য সোণোৱালৰ৷ ক’ভিডকালৰ কেন্দ্ৰৰ সহযোগিতাৰ বাবে মোদীলৈ কৃতজ্ঞতা জ্ঞাপন সৰ্বানন্দৰ৷ অৰুণোদয়, স্বয়ম আদি আঁচনিৰ বাবে উপকৃত লক্ষ লক্ষ জন বুলিও অবিহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?