--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ব্ৰিটেইনঃ ২১ বছৰীয়া এগৰাকী মহিলাই সন্তান জন্মৰে ৰছিলে  ইতিহাস। ঘটনাটো সংঘটিত হৈছে ব্ৰিটেইনৰ অক্সফৰ্ড চহৰত। অক্সফৰ্ড চহৰৰ এখন চিকিংসালয়ত ব্ৰিটেইনৰ ২১বছৰীয়া মহিলাগৰাকীয়ে জন্ম দিয়া কন্যা সন্তানটিৰ ওজন প্ৰায় ৬কিঃগ্ৰাঃ। নৱজাতকৰ ওজন দেখি হতবাক চিকিংসক। চিকিৎসকসকলে গৰ্ভৱতী মহিলাগৰাকীৰ পেটত যমজ সন্তান থকা বুলি প্ৰথমে ভাবিছিল যদিও সন্তান প্ৰসৱ হোৱাৰ পাছত ভুল ভাঙে চিকিৎসকৰ।

আৰু পঢ়িব পাৰিব :   হোজাইৰ শংকৰদেৱ নগৰত সাংবাদিকক আক্ৰমণ

‘ডেইলী মেইল’ত প্ৰকাশিত বাতৰি অনুসৰি, সদ্যোজাত শিশুটিৰ ওজন আছিল ১৩ পাউণ্ড অৰ্থাং ৬ কিঃগ্ৰাঃৰ ওচৰা ওচৰি। এই নৱজাতকৰ জন্মই গঢি়লে বিশ্বৰেকৰ্ড। কাৰণ, ইমান বেছি ওজনৰ নৱজাতকৰ জন্ম ইয়াৰ পূৰ্বে মাত্ৰ এবাৰ হৈছে। ২০১২ চনত ব্ৰিটেইনৰে এগৰাকী মহিলাই প্ৰায় চাৰে ৬ কিঃগ্ৰাঃ ওজনৰ নৱজাতক জন্ম দি গঢি়ছিল অভিলেখ।

আৰু পঢ়িব পাৰিব :  তামলিনাডুত থকাসৰকা বিজেপিঃবিশাল জয়ৰ দিশে ডিএমকে-কংগ্ৰেছ জোঁট

চিকিৎসকে সদৰী কৰা অনুসৰি, নৱজাতকৰ লগতে সন্তানৰ মাতৃ বৰ্তমান সুস্থ আৰু তেওঁলোকৰ শাৰীৰিক কোনো অসুবিধাই দেখা দিয়া নাই। চিকিৎসকে এই তথ্য ৰাজহুৱা কৰাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই খবৰ। সামাজিক মাধ্যমত মাতৃ-সন্তানৰ সুস্বাস্থ্য কামনা বিশ্ববাসীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?