--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আপুনি পাকঘৰত কৰা কেতবোৰ ভুলৰ বাবে কৰ্কট ৰোগৰ দৰে ভয়াৱহ ৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে। কিয়নো আমাৰ দৈনন্দিন আহাৰত অন্তৰ্ভুক্ত বস্তুৰ মানদণ্ডই আমাৰ স্বাস্থ্যক যথেষ্ট প্ৰভাৱিত কৰে ৷ 

কিছু সামগ্ৰী খোৱাৰ ভুলৰ বাবে আমাৰ বহু মাৰাত্মক ৰোগ হ'ব পাৰে। খাদ্য খোৱাৰ ভুলৰ বাবে বৰ্তমান সময়ত কলেষ্টৰেল, ডায়েবেটিচ, থাইৰয়ড, কৰ্কট, মেদবহুলতা আদিৰ দৰে ৰোগৰ আশংকা বৃদ্ধি পাইছে ৷ যিয়ে মৃত্যুৰ কাৰণ হ'ব পাৰে। এতিয়া জানো আহক আপুনি কৰা কি ভুলে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে - 

১) প্লাষ্টিকৰ পাত্ৰত খাদ্য ৰাখিলে- বৰ্তমান সময়ত প্লাষ্টিক সামগ্ৰী ব্যৱহাৰে আমাৰ সকলোৰে জীৱনলৈ ডাঙৰ বিপদ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। প্লাষ্টিকৰ বাচনত গৰম খাদ্য ৰাখিলে  প্লাষ্টিকত থকা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ আমাৰ শৰীৰত প্ৰৱেশ কৰে, যিয়ে কৰ্কট ৰোগৰ কাৰক হিচাপে দেখা দিয়ে ৷

২) প্লাষ্টিকৰ বটলত পানী খালে- খনিজ পানীৰ পৰা শীতল পানীয়লৈ, এই সকলোবোৰ বৰ্তমান প্লাষ্টিকৰ বটলত উপলব্ধ ৷আচলতে, প্লাষ্টিকৰ বটলত পানী খালে পাকস্থলী আৰু অন্ত্ৰ ক্ষতিগ্ৰস্ত হ'ব পাৰে ৷ যিয়ে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে ৷


৩) পোৰা খাদ্য খালে- খাদ্য পুৰি যোৱাৰ পাছত খাদ্যত এক্ৰিলামাইড নামৰ এক ৰাসায়নিক পদাৰ্থ উৎপন্ন হয়, যি খাদ্যত মিহলি হৈ পাকস্থলী পায়গৈ ৷ এই ৰাসায়নিক পদাৰ্থৰ ফলত কৰ্কট ৰোগ হ'ব পাৰে ৷ 

৪) অ'ভেনত খাদ্য গৰম কৰিলে- অ'ভেনত খাদ্য গৰম কৰাটো এক ক্ষতিকাৰক বিপজ্জনক ৰাসায়নিক 
পদাৰ্থ উৎপন্ন হয়, যিয়ে আমাৰ শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰে ৷ আৰু কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে ৷

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?