--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
জাহাজ  পানীত চলাটো নিতান্তই স্বাভাৱিক কথা। কিন্তু যদি ই পানীৰ বিপৰীতে  যদি এখন জাহাজ শূন্যতাত ভাঁহি থাকে, তেন্তে যিকোনো ই যিকোনো লোককে আচৰিত কৰি তুলিব। এনে এটা আচৰিত দৃশ্যৰে সাক্ষী হ’ল ডেভিদ মৰিছ নামৰ এজন লোক৷   কিন্তু আচৰিত হোৱা স্বত্বেও এই দৃশ্য কেমেৰাত বন্দী কৰি ৰাখিবলৈ নাপাহৰিলে তেওঁ৷   

ডেভিদ মৰিছ নামৰ ব্যক্তিজনে আৱদ্ধ কৰা দৃশ্যটোত জাহাজখন শূন্যতাত ভাঁহি আছে! 
ইংলেণ্ডৰ কৰ্ণৱালৰ ফালমাউথৰ ওচৰৰ এটা জনপদৰ পৰা সাগৰলৈ চাই তেওঁ দেখিলে যে পানীৰ ওপৰত বতাহত এটা ডাঙৰ টেংকাৰ ওপঙি আছে।

দেখাত আচৰিত যদিও এইয়া এক বৈজ্ঞানিক  পৰিঘটনাহে। এইয়া ঠিক  মৰীচিকাৰ দৰে৷এই ধৰণৰ ঘটনা প্ৰায়ে আৰ্কটিক অঞ্চলত হয়। এই বিৰল ঘটনা  ব্ৰিটেইনত শীতকালত দেখা যায়।

এই পৰিঘটনাটো কেনেদৰে ঘটে: এই ধৰণৰ ভ্ৰম মুখ্যতঃ বতৰ বিজ্ঞানৰ কাৰণত হয়। বিজ্ঞানীসকলে ইয়াক উষ্ণতাৰ বৈপৰীত্যৰ বাবে সংঘটিত হয় বুলি  অভিহিত কৰিছে। যেতিয়া তাপমাত্ৰা বিপৰীত হয়, গৰম বায়ু শীতল বায়ুৰ ওপৰত থাকে। ই আমাৰ দৃষ্টিশক্তিক ভ্ৰমিত কৰে। তেতিয়াই এনে দৃশ্য দেখা যায়।
বতৰ বিজ্ঞানী ডেভিদ ব্ৰায়েনে কয় যে এনে  মৰীচিকাই বিভিন্ন ধৰণৰ ছবি জনমানসত প্ৰতিষ্ঠিত কৰিব পাৰে৷ এই পৰিঘটনাৰ বাবেই দূৰৈৰ  জাহাজ এখনক ইয়াৰ মূল অৱস্থানতকৈ ওপৰলৈ ওপঙি থকা দেখা যায়। কেতিয়াবা দিগন্তৰ তলৰ বস্তু এটাও দৃশ্যমান হ'ব পাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?