--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী: বিধানসভা আনুষ্ঠানিকভাৱে মুকলি স্বাস্থ্যসেৱা কেন্দ্ৰ৷ উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ এই স্বাস্থ্যসেৱা কেন্দ্ৰত প্ৰতিগৰাকী বিধায়ক, মন্ত্ৰী তথা পৰিয়ালে চিকিৎসা সেৱা লাভ কৰিব৷ বিধানসভাত কৰ্মৰত বিষয়া-কৰ্মচাৰীয়েও পাব চিকিৎসাৰ সুবিধা৷

স্বাস্থ্য কেন্দ্ৰটোত থাকিব ৪গৰাকী চিকিৎসক, ৪ গৰাকী ফাৰ্মাচিষ্ট আৰু ৮গৰাকী নাৰ্ছ৷ প্ৰতিদিনেই থাকিব এগৰাকীকৈ বিশেষজ্ঞ চিকিৎসক৷ অনুষ্ঠানত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে শাসক-বিৰোধীৰ সকলো বিধায়ক৷

আগন্তুক বিধানসভা অধিৱেশন নতুন ভৱনত অনুষ্ঠিত কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ৷ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?