--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনীক পুনৰবাৰ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে দেখা যাব। বৃহস্পতিবাৰে চি এছ কেয়ে জনোৱা মতে, দলটোৰ কমাণ্ড ধোনিৰ হাতত অৰ্পণ কৰা হৈছে।
महेंद्र सिंह धोनी एक बार फिर से चेन्नई सुपर किंग्स की कप्तानी करते हुए नजर आएंगे. सीएसके ने गुरुवार को बताया कि टीम की कमान धोनी को सौंप दी गई है.

প্ৰায় ৬৮৩ দিনৰ অন্তত দলৰ অধিনায়ক হিচাপে থাকিব ধোনি। শেষবাৰৰ বাবে তেওঁক চিএছকে অধিনায়ক হিচাপে দেখা গৈছিল ২০২৩ চনৰ আই পি এলত।

चेन्नई सुपर किंग्स ने 2023 का आईपीएल खिताब जीता था. धोनी की कप्तानी में टीम ने फाइनल मैच गुजरात टाइटंस के खिलाफ खेला था.
২০২৩ চনৰ আই পি এল খিতাপ দখল কৰিছিল চেন্নাই ছুপাৰ কিংছে। ধোনিৰ অধিনায়কত্বত দলটোৱে চূড়ান্ত খেলখন গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিছিল।

धोनी के कप्तान बनने के बाद टीम की प्लेइंग इलेवन में भी बदलाव होगा. गायकवाड़ की जगह किसी और खिलाड़ी को प्लेइंग इलेवन में शामिल किया जाएगा.
আচলতে চি এছ কেৰ নিয়মীয়া অধিনায়ক ৰুতুৰাজ গাইকৱাদ আঘাতপ্ৰাপ্ত হৈছে। এই কাৰণতে আই পি এল ২০২৫ৰ মাজভাগত চি এছ কেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।


আই পি এল ২০২৩ৰ পিছত ধোনীয়ে নিজেই গাইকৱাদৰ হাতত অধিনায়কত্ব অৰ্পণ কৰিছিল।ধোনী অধিনায়ক হোৱাৰ পিছত দলৰ প্লেইং ইলেভেনৰ পৰিৱৰ্তন হ’ব। গাইকৱাদৰ ঠাইত আন কোনোবা খেলুৱৈক প্লেইং ইলেভেনত অন্তৰ্ভুক্ত কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?