--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এই ভুলে আপোনাকো কৰি তুলিব পাৰে দৰিদ্ৰ। যদি আপুনিও মালক্ষ্মী ঘৰলৈ আগমন হোৱাতো বিচাৰে, তেন্তে মানি চলক এই ৫টা নিয়ম। যিজনৰ ওপৰত মালক্ষ্মী কৃপা থাকে তেওঁৰ কেতিয়াও সম্পদৰ অভাৱ নহয়। একে সময়তে যেতিয়া মালক্ষ্মী ৰুষ্ট হৈ পৰে তেতিয়া দৰিদ্ৰ হ’বলৈ বেছি সময় নলয়।

১. দেখা যায় যে বেছিভাগ ঘৰতে আহাৰ গ্ৰহণৰ পাছত জুঠা বাচন-বৰ্তন বিয়পাই ৰাখে। শাস্ত্ৰত ইয়াক অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত মালক্ষ্মী ৰুষ্ট হৈ পৰে আৰু অৰ্থনৈতিক ক্ষতিৰ সম্ভাৱনা বাঢ়ি যায়।

২. উত্তৰ দিশৰ স্বামী হৈছে ধনৰ দেৱতা কুবেৰ আৰু মালক্ষ্মীৰ স্থান বুলি গণ্য কৰা হয়। এই দিশত আৱৰ্জনা বা জাৱৰ-জোঁথৰ কেতিয়াও জমা কৰি থ’ব নালাগে। এই দিশ সদায় পৰিষ্কাৰ ৰাখিব লাগে, নহ’লে মালক্ষ্মী অসন্তুষ্ট হৈ পৰে।

৩. ঘৰৰ বাকী সকলো দুৱাৰতকৈ মূল দুৱাৰখন অলপ ডাঙৰ হ’ব লাগে। দুৱাৰখন ভিতৰৰ পৰা খুলিব পৰা হ’ব লাগে। ইয়াৰ ফলত ঘৰত ধনাত্মক শক্তি প্ৰৱেশ কৰে।

৪. সূৰ্যাস্তৰ সময়ত ঘৰ মুচিব নালাগে বা ঝাড়ু মাৰিব নালাগে। এই সময়ত ঘৰত ঝাড়ু দিয়া মানে জীৱনৰ ওপৰত দুৰ্ভাগ্যৰ ছাঁ পৰাৰ‌ দৰে হয় আৰু মালক্ষ্মী অসন্তুষ্ট হৈ পৰে।

৫. কোনো কাৰণতে ঘৰৰ সন্মুখত বা মূল দুৱাৰত আইনা ৰাখিব নালাগে। ইয়াৰ ফলত মালক্ষ্মী অসন্তুষ্ট হৈ পৰে আৰু জীৱনলৈ দৰিদ্ৰতাৰ আগমন ঘটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?