--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ইউক্ৰেইনক অস্ত্ৰ যোগান ধৰি সহায় কৰাৰ পৰিৱৰ্তে এইবাৰ প্ৰতিদান বিচৰিছে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁৰ মতে ইউক্ৰেইনে আমেৰিকাক অস্ত্ৰ সাহায্যৰ বিনিময়ত ১৭টা বিৰল খনিজ পদাৰ্থ পৰ্দান কৰিব লাগে।

উল্লেখ্য যে এই খনিজবোৰত গুৰুত্বপূৰ্ণ চুম্বকীয় আৰু বিদ্যুৎ ৰাসায়নিক গুণ আছে। যিবিলাক স্মাৰ্ট ফোন আৰু ইলেক্ট্ৰিক গাড়ীৰ বেটাৰীৰ পৰা আৰম্ভ কৰি কেন্সাৰ চিকিৎসাৰ ঔষধলৈকে সকলোতে ব্যৱহাৰ কৰা হয়। ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকাই ইউক্ৰেইনক প্ৰায় ৩০০ বিলিয়ন ডলাৰৰ সাহায্য প্ৰদান কৰিছে। এইবাৰ প্ৰতিদান দিয়াৰ পাল কিয়েভৰ। প্ৰসংগক্ৰমে  এই বিৰল খনিজ পদাৰ্থৰ সৰ্বাধিক মজুত আছে চীন দেশত। গতিকে ট্ৰাম্পৰ এই দাবী ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এই বিষয়ত ৰাছিয়াৰ মত প্ৰকাশ কৰি কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অজুহাতলৈ নিজৰ স্বাৰ্থ পূৰণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভৰ মতে ইউক্ৰেইনে আৰু বিনামূলীয়া সাহায্য লাভ নকৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। জাৰ্মানীৰ চ্যেন্সেলৰ অলাফ শ্বলজে ট্ৰাম্পৰ দাবীক স্বাৰ্থপৰ বুলি অভিহিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?