--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সামাজিক মাধ্যমত নিশাটোৰ ভিতৰতে ট্ৰেণ্ডিঙত এখন বিশেষ শৈলীৰ ফটো । যিয়ে এতিয়া সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। ফেচবুক, ইনষ্টাগ্ৰাম ইত্যাদি ছ’চিয়েল মিডিয়াৰ সকলো প্লেটফৰ্মতে বিভিন্নজনে নিজৰ বা আন কাৰোবাৰ একো একোখন পেইণ্টিং আৰ্হিৰ ছবি আপলোড কৰা হয়তো আপুনি নিশ্চয় দেখিছে। 

সামাজিক মাধ্যমত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে ‘ষ্টুডিঅ’ ঘিবলি’ শীৰ্ষক এই বিশেষ শৈলীৰ ফটোসমূহে৷ কিন্তু কেনেকৈ প্ৰস্তুত কৰা হৈছে এই পেইণ্টিং বা ঘিবলিৰ। এই কথা জানিবলৈ সাধাৰণ ৰাইজৰ মাজতো দিনকদিনে বৃদ্ধি পাইছে উৎকণ্ঠাৰ৷ 

ইণ্টাৰনেটত ট্ৰেণ্ডিঙত থকা ‘ষ্টুডিঅ’ ঘিবলি’ হৈছে আমেৰিকাৰ প্ৰযুক্তিগত কোম্পানী Open-AI য়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ভিত্তিত Chat-GPত সৃষ্টি কৰা এখন ছবি৷ ‘ষ্টুডিঅ’ ঘিবলি’ হৈছে জাপানীজ এনিমেচনৰ এটা বিখ্যাত ষ্টুডিঅ’৷ 

১৯৯৮ চনত কিম্বদন্তি জাপানীজ চলচ্চিত্ৰ পৰিচালক হায়াও মিয়াজাকি আৰু তেওঁৰ সহযোগী ইছাও তাকাহাতাই স্থাপন কৰিছিল উক্ত ষ্টুডিঅ’ ঘিবলি৷ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা এই ছবিখনৰ জৰিয়তে নিজৰ ৰূপ চাবলৈ নেতা-মন্ত্ৰীকে ধৰি ৰাজনৈতিক মহলতো হেতা-ওপৰা লাগিছে৷ সামাজিক মাধ্যমত ‘Studio Ghibli on ChatGTP’ বুলি জনপ্ৰিয় হৈ পৰিছে এক বিশেষ শৈলীৰ ফটোসমূহ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?