--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : শিখা শৰ্মাৰ গ্ৰেপ্তাৰক লৈয়ো মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ। চৰকাৰ নিৰপেক্ষ হোৱা উচিত। শিখা শৰ্মাক বিজেপিৰ কৰ্মীয়ে সামাজিক মাধ্যমত দলবদ্ধ ধর্ষণ কৰাৰ ভাবুকি প্ৰদান কৰা ব্যক্তিসকলক কিয় গ্ৰেপ্তাৰ কৰা নাই তাক লৈয়ো প্ৰতিক্ৰিয়া ব্যক্ত ৰিপুন বৰাৰ৷ ষ্ট্রং ৰূমত ইভিএমৰ সুৰক্ষাক লৈ সন্দেহ অসম প্ৰদেশ কংগ্ৰেছৰ৷ আজি অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে ৰিপুণ বৰাই৷

আৰু পঢ়িব পাৰিব : পুনৰ ভয়াৱহ সংকটৰ দিশে দেশ, দৈনিক লাখে লাখে আক্ৰান্ত কৰ’নাত

চিচিটিভিৰ access link প্ৰত্যকজন প্ৰাৰ্থীক দিবলৈ নিৰ্বাচন আয়োগলৈ চিঠিযোগে দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে৷ বৰাৰ মতে, ক’ৰবাত ক'ৰবাত খেলিমেলি হৈছে৷ নিৰ্বাচন আয়োগে ভালকৈ কাম কৰা নাই যদিও ৰাজ্যৰ প্ৰশাসন নিৰ্বাচন আয়োগক ধন্যবাদ জনাইছে প্ৰদেশ কংগ্ৰেছে৷

আৰু পঢ়িব পাৰিব : একে নিশাই তিনিটা বিধ্বংসী অগ্নিকাণ্ড ! অগ্নিদগ্ধ ৭জন

ইপিনে বৰাৰ অভিযোগ, 'নিৰ্বাচন আয়োগে আমাক প্ৰতিশ্ৰুতি দিছিল তৃতীয় পৰ্যায়ত নিৰ্বাচনত খেলিমেলি নহয়৷ কিন্তু তাৰ পাছতো বহুত খেলিমেলি হ'ল৷ নিৰ্বাচন আয়োগে বিজেপিৰ হেঁচাত কাম কৰিছে৷' আনহাতে ভোটদানৰ হাৰ বৃদ্ধিত সন্তুষ্টি প্ৰকাশ বৰাৰ৷ ‘ভোটৰ হাৰ বৃদ্ধিয়ে পৰিৱৰ্তন বিচৰাটো বুজাইছে৷’ ৰিপুন বৰাৰ সমীক্ষা অনুযায়ী সংখ্যাগৰিষ্ঠতা পাব কংগ্ৰেছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?