--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

তেজপুৰ : সন্মুখত ২০২১ৰ বিধাবসভা নিৰ্বাচন৷ তাৰ মাজতেই বাকযুদ্ধ অটুত আছে অসম গণ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত৷ এইবাৰ ‘আছু’ৰ বিৰুদ্ধে বিৰুপ মন্তব্য কৰা অগপৰ সভাপতি অতুল বৰাক উভতি ধৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই। আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্ম দিছে জাতীয় পৰিষদক৷

আৰু পঢ়িব পাৰিব :একেখন ৰভাৰ তলত একেলগে বিয়াত বহিল ২২ যোৰা দৰা-কইনা

এই দুই জাতীয় সংগঠন জাতীয় পৰিষদৰ অভিভাৱক৷ গতিকে অভিভাৱক স্বৰূপ এই দুই সংগঠন আৰু অসমৰ ৰাইজৰ মনত আঘাত দিব পৰা কোনো কাম জাতীয় পৰিষদে ভৱিষ্যতে নকৰে বুলিও উল্লেখ কৰে এজেপিয়ে৷ ইপিনে আছুৰ নতুন নেতৃত্বই আছুক ছাত্ৰ সংগঠন হৈ থকা নাই ই এক ৰাজনৈতিক দল বুলি অগপৰ সভাপতি অতুল বৰাই কৰা মন্তব্য পাছত এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে৷

আৰু পঢ়িব পাৰিব :চকুৰ সন্মুখতে উটি গৈছিল প্ৰিয়জন, আমি অসহায় হৈ চাই ৰৈছিলোঁ…

সাধাৰণ সম্পাদক জগদীশ ভূঞাই এয়া এক ৰুচিহীন বক্তব্য বুলি উল্লেখ কৰি আছুক জাতীয় পৰিষদৰ পিতৃ বুলি অভিহিত কৰে৷ সভাপতি লুৰিণজ্যোতি গগৈয়ে আঞ্চলিকতাবাদী শক্তিক নিঃশেষ কৰা অতুল বৰাৰ দৰে নেতাই ইয়াতকৈ বেলেগ আৰু কি ক’ব বুলি মন্তব্য কৰিব বুলি মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?