--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি আপোনাৰ সন্তানৰ খোৱা-বোৱাক লৈ চিন্তিত নেকি! সন্তানৰ বিদ্যালয়ৰ দৈনন্দিন টিফিনৰ বাবে লৈ আহিছোঁ এনে এটা ব্যঞ্জন যিবিধ ব্যঞ্জন খাই সন্তানে সোৱাদ আৰু পুষ্টি দুয়োটাই লাভ কৰিব৷

প্ৰথমে অলপ আটা  পৰঠাৰ বাবে লৈ লওঁক,তাৰ পৰা প্ৰস্তুত কৰক এটা মিশ্ৰণ৷ দুটা সৰু জোখৰ পিয়াঁজ লওঁক,লগতে আপোনাৰ সন্তানৰ অপচন্দ বা পচন্দৰ পাচলি সৰু সৰুকৈ কাটি লওঁক৷লগত অলপ পনীৰ বা কণী ভাজি লওঁক৷তাৰপৰা পৰঠাৰ ভিতৰত সেইখিনি ভৰাই পৰঠাখন ভাজি লওঁক৷

 এতিয়া পৰঠাখন দুটা ভাগত বিভক্ত কৰি সন্তানৰ টিফিনত দিয়ক।যদি আপুনি বিচাৰে তেন্তে পৰঠাখনত মাইঅনিজ, চিলি চচ অথবা ঘৰত নিৰ্মিত পদিনা, নৰসিংহ অথবা ধনীয়াৰ চাটনি সংযোগ কৰক৷তদুপৰি আপোনাৰ ওচৰত যদি আগদিনা ৰন্ধন কৰা শুকান হাড়বিহীন মাংস আছে তেন্ত সেই মাংসখিনিও আপুনি পৰঠাখনত সংযোগ কৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?