--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দবা খেলুৱৈ বিশ্বনাথন আনন্দই নৰৱেৰ দবাৰ সপ্তম ৰাউণ্ডত বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লছনক পৰাস্ত কৰি ব্লিট্জ শাখাত চতুৰ্থ স্থান দখল কৰিছে। চতুৰ্থ ৰাউণ্ডত নেদাৰলেণ্ডৰ অনীশ গিৰি আৰু নৱম ৰাউণ্ডত ফ্ৰান্সৰ মেক্সিম ভেচিয়াৰ লেগ্ৰেভৰ হাতত পৰাস্ত হৈছিল আনন্দ। দহজনীয়া ব্লিট্জ শাখাত আনন্দই লাভ কৰে ৫ পইণ্ট।

বিশ্বনাথন আনন্দে নৰৱেৰ আৰিয়ান তাৰিক পৰাস্ত কৰি আৰম্ভণি কৰি দ্বিতীয় ৰাউণ্ডত ৱেছলী ছ’ৰ সৈতে ড্ৰ’ খেলে। তৃতীয় ৰাউণ্ডত তেওঁ বেচেলিন টোপালভক পৰাস্ত কৰাৰ বিপৰীতে টাইমুৰ ৰাজাবভৰ সৈতে খেল ড্ৰ’ হয়।

গিৰিৰ হাতত পৰাস্ত আৰু চীনৰ হাও ৱাঙৰ হাতত ড্ৰ’ খেলি কাৰ্লছনক পৰাস্ত কৰে যদিও তাৰ পিছত শ্বাখৰিয়াৰ মামেদিয়াৰোভৰ হাতত ড্ৰ’ কৰি লাগ্ৰেভৰ হাতত পৰাস্ত হয় বিশ্বনাথন আনন্দ।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?