--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : বিগত ২৪ ঘণ্টাত ভাৰতত ১৮,৩২৭টা নতুন ক'ভিড ৰোগী ধৰা পৰিছে৷ লগতে ১৪,২৩৪জনক কৰ'নামুক্ত ঘোষণা কৰে৷ শুকুৰবাৰে মৃত্যু হয় ১০৮জনৰ৷ এই তথ্য প্ৰদান কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে৷

আৰু পঢ়িব পাৰিব : অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহসহ লক্ষাধিক টকাৰ সা-সম্পত্তি

বৰ্তমানলৈকে মুঠ ক’ভিড ৰোগীৰ সংখ্যা হৈছেগৈ ১,১১,৯২,০০৮টা৷ ইয়াৰে ক'ভিডমুক্ত হৈছে ১,০৮,৫৪,১২৮টা, মৃত্যু হৈছে ১,৫৭,৬৫৬জন আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে ১,৮০,৩০৪টা ঘটনা৷

আৰু পঢ়িব পাৰিব : দুলীয়াজানৰ পৰা যুঁজিব লুৰিণজ্যোতিয়ে : ১৮টা সমষ্টিত যুঁজিব অজাপই…

আনহাতে দেশত ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি সৰ্বসাধাৰণৰ বাবে মুকলি কৰা ভেকচিন প্ৰক্ৰিয়াত বৰ্তমানলৈকে গ্ৰহণ কৰিছে ১,৯৪,৯৭,৭০৪জনে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?