--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভ হৈছে আই পি এল ২০২৫। ইয়াৰ মুকলি অনুষ্ঠান ইডেন গাৰ্ডেনত অনুষ্ঠিত হয়। প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হয়। যিটোত হেৰুৱাইছিল কলকাতা নাইট ৰাইডাৰ্ছে পৰাজয়ৰ সন্মুখীন হ’ল। কেকেআৰৰ পৰাজয়ৰ পিছত ষ্টেডিয়ামত দুখী হৈ বহি থকা শ্বাহৰুখ খানৰ ফটো ভাইৰেল হৈ পৰিছে। অৱশ্যে এয়া মাত্ৰ আৰম্ভণিহে। আগন্তুক মেচখনত কেকেআৰে নিজৰ যাদু প্ৰদৰ্শন কৰা দেখা যাব।


প্ৰতিখন মেচৰ লগে লগে ৰাইজৰ উত্তেজনা বাঢ়িছে। জুহি চাওলা আৰু শ্বাহৰুখ খানৰ দল কলকাতা নাইট ৰাইডাৰ্ছ। শ্বাহৰুখ আৰু জুহি চাওলাই বহু ছবিত একেলগে কাম কৰিছে। দুয়োজনেই ভাল বন্ধুৰ লগতে ব্যৱসায়িক অংশীদাৰ। দুয়োজনেই কেকেআৰৰ সহস্ৰজনো। জুহি চাওলাই এবাৰ প্ৰকাশ কৰিছিল যে তেওঁ শ্বাহৰূখ খানৰ সৈতে কেকেআৰৰ মেচ উপভোগ কৰাৰ পৰা বিৰত থাকে।

শ্বাহৰুখ খান আৰু জুহি চাওলা প্ৰায়ে ষ্টেডিয়ামলৈ গৈ নিজৰ দলৰ বাবে উৎসাহ যোগায় । কিন্তু তেওঁ শ্বাহৰূখৰ লগত যোৱাৰ পৰা বিৰত থাকে। এক সাক্ষাৎকাৰত তেওঁ ইয়াৰ আঁৰৰ কাৰণ বুজাই দিছে।

জুহিয়ে এবাৰ কৈছিল যে শ্বাহৰূখৰ সৈতে মেচ চোৱাৰ অভিজ্ঞতা ভাল নহয়। কাৰণ যেতিয়াই দলটোৱে ভাল প্ৰদৰ্শন নকৰে তেতিয়াই তেওঁলোকে মোৰ ওপৰত নিজৰ সকলো খং উদঙাই দিয়ে। দলটোৱে ভাল প্ৰদৰ্শন নকৰিলে মইয়ে হওঁ জগৰীয়া৷ সেইবাবে আমি দুয়ো একেলগে খেলখন চাবলৈ আৰাম নাপাওঁ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?