--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

আগৰতলা : ত্ৰিপুৰাত শাসকীয় বিজেপি আৰু চিপিআই(এম)ৰ সমৰ্থকৰ মাজত সংঘৰ্ষ। কালি সন্ধিয়া সংঘটিত হোৱা এই সংঘৰ্ষত কমেও পাঁচজনকৈ লোক আহত হৈছে। ইয়াৰ ভিতৰত দুজন আৰক্ষীৰ লোকো আছে। এই ঘটনাৰ পাছতে আৰক্ষীয়ে তিনিটাকৈ গোচৰ ৰুজু কৰিছে।

কালি সন্ধিয়া খোৱাই জিলাত এই সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। এই সংঘৰ্ষৰ বাবে দুয়োটা দলে পৰস্পৰক দোষ দি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। এই সম্পৰ্কে তথ্য প্ৰকাশ কৰি আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া ৰাজীৱ সূত্ৰধৰে বিষয়টোৰ তদন্ত চলি থকা বুলি প্ৰকাশ কৰিছে।

সংঘাতত লিপ্ত হোৱা বিজেপি আৰু চিপিআই(এম)ৰ সমৰ্থকসকলে দুয়োটা দলৰে দুটা কাৰ্যালয়ৰ ক্ষতিসাধন কৰাৰো অভিযোগ উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?