--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: স্মাৰ্টফোন এপ্লিকেশ্যন ট্ৰুকলাৰে আগবঢ়াইছে পাঁচটা নতুন ফীচাৰ৷ ২০২২ৰ প্রডাক্ট ৰোডমেপ শ্বেয়াৰ কৰি এই কথা সদৰী কৰিছে প্ৰতিষ্ঠানটোৱে৷ ট্ৰুকলাৰৰ তৰফৰ পৰা কোৱা হৈছে যে এই বৰ্ষতে এণ্ড্ৰয়ড ব্যৱহাৰকাৰীসকলৰ বাবে নতুন ফিচাৰ আগবঢ়াব প্ৰতিষ্ঠানটোৱে। পৰিকল্পনা অনুযায়ী অহা সপ্তাহতে  এই ফীচাৰত আপডেট আনিব বিচাৰিছে ট্ৰুকলাৰে। ট্ৰুকলাৰৰ তথ্য অনুসৰি, নতুন ট্রুকলাৰ ছেটিংছ অহা সপ্তাহৰ পৰা এণ্ড্ৰয়ড ফোনৰ বাবে মুকলি কৰা হব৷

এই নতুন ফীচাৰবোৰে ব্যৱহাৰকাৰীসকলক কোনো সমস্যা নোহোৱাকৈ আৰু ভালকৈ এপ্ ব্যৱহাৰৰ সুযোগ দিব৷

পিছে এই নতুন ফীচাৰসমূহ কি কি? জানক সবিশেষ...

১) Voice Call Launcher

এই এপ্ ব্যাৱহাৰকাৰীয়ে এটা ক্লিকতে আপোনাৰ সকলো কনটেক্টচ উলিয়াব পাৰিব৷ যাৰ মাধ্যমত আপুনি Truecaller ভ‌ইচ (যি VoIP- ভিত্তিক কলিং)ৰ মাধ্যমত কথা পাতিব পাৰিব । যিয়ে দেখুৱাব যে আপোনাৰ কল লিষ্টত কোনে কোনে ট্রুকলাৰ ব্যৱহাৰ কৰে।


২) এছএমএছৰ বাবে পাছৱৰ্ড লক

এই ফীচাৰেৰে আপুনি আপোনাৰ এছএমএছ সুৰক্ষিত ৰাখিব পাৰিব। আপোনাৰ ব্যক্তিগত তথ্যৰ অতিৰিক্ত নিৰাপত্তাৰ বাবে আপুনি পাছৱৰ্ড লক/ফিংগাৰপ্রিন্ট চার্টিফিকেছন লাভ কৰিব৷

 

৩) অধিক কল লগৰ সুবিধা

Truecaller কল লগবোৰে এতিয়া আগৰ Truecaller সংস্কৰণতকৈ অধিক সুবিধা দিব। এহেজাৰ এন্ট্রিৰ পৰিৱর্তে এতিয়া ৬৪০০টা এন্ট্রি কৰিবলৈ সক্ষম হব৷

 

৪) কল ৰিজন উন্নীতকৰণ

নতুন Truecaller এপৰ মাধ্যমত, আপুনি নিজেই জনাব পাৰিব ফোন কৰাৰ কাৰণ৷ ইয়াৰ ফলত আপোনাৰ কল অন্যজন ব্যক্তিয়ে নধৰিলে সেই ক্ষেত্রত আপুনি কল ৰিজন এড্ কৰিব পাৰিব৷ ফোনটো বাজি থাকিলেও এই কাম কৰিব পাৰিব আপুনি৷ প্রয়োজন হলে কিয় কল কৰিছিল কাষ্টম কল ৰিজনত টাইপ কৰিব পাৰিব৷

 

৫) ভিডিঅকলাৰ আইডিৰ বাবে ফেচ ফিল্টাৰ

আপুনি ছেল্ফি আৰু ভিআৰ-চালিত ফিল্টাৰেৰে ট্রুকলাৰ ভিডিঅকলাৰ আইডি তৈয়াৰ কৰিব পাৰিব৷ যদি আপুনি এই নতুন বৈশিষ্ট্যবোৰ ব্যৱহাৰ কৰি চাব বিচাৰে, তেন্তে মনত আপুনি প্লে ষ্টৰত গৈ লেটেষ্ট Truecaller আপডেট কৰিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?