--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী: দিল্লী আৰক্ষীৰ চাইবাৰ অপৰাধ গোটে শনিবাৰে উত্তৰ বেংগালুৰুৰ ঘৰৰ পৰা ২১ বছৰীয়া জলবায়ু কৰ্মী দিশা ৰবিক গ্ৰেপ্তাৰ কৰে৷ সামাজিক মাধ্যমত কৃষি আইনৰ বিৰুদ্ধে দেশব্যাপি হোৱা কৃষকৰ প্ৰতিবাদৰ সৈতে সম্পৰ্কিত 'টুলকিট' প্ৰচাৰ কৰাত তেওঁৰ ভূমিকাৰ বাবে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

আৰু পঢ়িব পাৰিব : অন্ধ্ৰপ্ৰদেশত তীৰ্থভ্ৰমণকাৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত: শিশুসহ ১৪ জনৰ মৃত্য়ু

ভাৰতত কৃষকসকলৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰোঁতে ছুইডেনৰ জলবায়ু কৰ্মী গ্ৰেটা থুনবাৰ্গে 'টুলকিট' টুইট কৰাৰ পাছত দিল্লী আৰক্ষীয়ে ৪ ফেব্ৰুৱাৰীত ভাৰতীয় দণ্ডবিধিৰ অধীনত ঘৃণা আৰু অপৰাধী ষড়যন্ত্ৰৰ বাবে এক এজাহাৰ পঞ্জীয়ন কৰিছিল। আৰক্ষীয়ে দাবী কৰিছে যে 'টুলকিট'ক পয়েটিক জাষ্টিছ নামৰ এটা 'খালিস্তানী গোট'ৰ দ্বাৰা একেলগ কৰা হৈছিল।

আৰু পঢ়িব পাৰিব : হাত-ভৰি বন্ধা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ গাঁও পঞ্চায়তৰ সভাপতি !

দিল্লী আৰক্ষীৰ মতে, দিশা 'টুলকিট' গোচৰৰ অন্য়তম নেতৃত্ব কিয়নো তেওঁ প্ৰাৰম্ভিক জেৰাৰ সময়ত সম্পাদনাৰ কথা স্বীকাৰ কৰিছিল, 'টুলকিট'ত কিছুমান বস্তু যোগ দিছিল আৰু ইয়াক আৰু বিয়পাই দিছিল৷ এই গোচৰত অধিক লোকক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?