--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ধুবুৰী : ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ ভোটকেন্দ্ৰত অথন্তৰ৷ উত্তেজিত ভোটাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰি শূন্যলৈ গুলী চালনা কৰিবলগীয়া হয় সুৰক্ষা বাহিনীয়ে৷ ঘটনাৰ স্থান ধুবুৰীৰ গোলকগঞ্জৰ দীঘলটাৰীত৷

আৰু পঢ়িব পাৰিব : নিশা ১২ বজালৈকে আৰক্ষীৰ জিম্মাত থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

জানিব পৰা মতে, ২০৮ নং দীঘলটাৰী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰ চৌহদত দুটা ফৈদৰ মাজত তীব্ৰ মাৰপিটৰ সৃষ্টি হৈছিল৷ ভোটদানৰ বাবে চৰকাৰীভাৱে প্ৰদান কৰা মাস্কৰ ভিতৰত থকা তামৰ তাৰে বিশেষ ৰাজনৈতিক দলক উপকৃত কৰিব বুলি চলা অপ-প্ৰচাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় কাজিয়াৰ৷ কাজিয়াই মাৰপিটৰ ৰূপ লোৱাত কেন্দ্ৰত নিয়োজিত সুৰক্ষা বাহিনীয়ে প্ৰহাৰ কৰি আঁতৰাই দিয়ে কাজিয়াত লিপ্ত হোৱা ৰাইজক।

আৰু পঢ়িব পাৰিব : ৪৪গৰাকী কিন্নৰে সাব্যস্ত কৰিলে ভোট

কিন্তু ভোটদান কৰি ওলাই আহিবলৈ ধৰা ভোটাৰকো তীব্ৰ প্ৰহাৰ কৰে সুৰক্ষা বাহিনীয়ে। ফলত ৰাইজ উত্তপ্ত হৈ ঘেৰি ধৰি প্ৰহাৰ কৰে এগৰাকী সুৰক্ষা বাহিনীৰ লোকক৷ ঘটনা বিষম দেখি ৰাইজক ছত্ৰভংগ দিবলৈ সুৰক্ষা বাহিনীয়ে এজাই গুলী শূন্যলৈ চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?