--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাইদুজৰ দিনা ভগৱান চিত্ৰগুপ্তৰ পূজা কৰা হয়। এই দিনটোক যম দ্বিতীয়া বুলিও কোৱা হয়।এই দিনটো কিয় বিশেষ জানো আহক। কাতি মাহৰ শুক্ল পক্ষৰ দ্বিতীয় দিনা ভাইদুজ উৎসৱ পালন কৰা হয়। এই দিনটোক যম দ্বীতীয়া নামেৰেও জনা যায়। এই দিনটোত ভগৱান চিত্ৰগুপ্তৰো পূজা কৰা হয়।

এক পৌৰাণিক কাহিনী অনুসৰি ভগৱান চিত্ৰগুপ্তৰ জন্ম হৈছিল ভগৱান ব্ৰহ্মৰ মনৰ পৰা। ভগৱান চিত্ৰগুপ্তক দেৱতাৰ হিচাপ-নিকাচক আৰু যমৰ সহায়ক বুলি কোৱা হয়। ভগৱান চিত্ৰগুপ্তই মানুহৰ ভাল-বেয়া কামৰ হিচাপ ৰাখে। সেইবাবেই কোৱা হয় যে মানুহে নিজৰ কৰ্ম অনুযায়ী ফলাফল পায়। সেইবাবেই তেওঁক যমৰাজৰ সহায়ক বুলিও কোৱা হয়।

ভগৱান চিত্ৰগুপ্তক কায়স্থ সম্প্ৰদায়ৰ লোকে পূজা কৰে। চিত্ৰগুপ্তক কায়স্থ সম্প্ৰদায়ৰ পূৰ্বপুৰুষ বুলি গণ্য কৰা হয়। ভাইদুজৰ দিনটোত চিত্ৰগুপ্তৰ প্ৰথম পূজা কৰা হয়। আজিৰ দিনটোতে যমে ভগ্নী যমুনাৰ পৰা বৰ লাভ কৰিছিল। ভনীয়েকসকলৰ পৰা আজিৰ দিনটোত কপালত তিলক লগাই ভনীয়েকসকলে প্ৰস্তুত কৰা আহাৰ গ্ৰহণ কৰি ভাতৃৰ অকাল মৃত্যুৰ আশংকা দূৰ কৰে। সেয়েহে ভাইদুজৰ দিনটোত যমৰ লগতে ভগৱান চিত্ৰগুপ্তৰ পূজা কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?