--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই PSLV-C54 Earth Observation Satellite ৰ লগতে 8 টা নেনো উপগ্ৰহও উৎক্ষেপণ কৰিছে। এই বছৰৰ বাবে ইছৰোৰ এইটোৱেই শেষ অভিযান।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) আকৌ এবাৰ ইতিহাসৰ সৃষ্টি কৰিলে।আজি অৰ্থাৎ ২৬ নৱেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ স্থানৰ পৰা অ’চেনছেট-৩ উৎক্ষেপণ কৰে। এই উৎক্ষেপণ PSLV ৰকেটৰ সহায়ত পুৱা ১১:৫৬ বজাত কৰা হৈছিল। PSLV-C54 এ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহৰ লগতে আন ৮টা উপগ্ৰহও লৈ গৈছে।

ইছৰোৰ অধ্যক্ষ এছ. সোমনাথে কয় যে PSLV-C54-এ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহটোক নিজৰ লক্ষ্য কক্ষপথত সফলতাৰে স্থাপন কৰিছে। পিএছএলভি-চি৫৪ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহৰ লগতে ৮টা নেনো উপগ্ৰহও উৎক্ষেপণ কৰা হয়। ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে ইয়াৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পূৰ্ব নিৰ্ধাৰিত সময়ত পুৱা ১১.৫৬ বজাত ২৫.৩০ ঘণ্টাৰ কাউণ্টডাউনৰ অন্তত ৪৪.৪ মিটাৰ উচ্চতাৰ ৰকেটখন উৰি যায়।

সোমনাথে কয় যে PSLV-C54 উৎক্ষেপণৰ ১৭ মিনিট পিছত আকাংক্ষিত কক্ষপথত উপনীত হোৱাৰ পাছত পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ বা অ’চেনছেটক সফলতাৰে ৰকেটৰ পৰা পৃথক কৰি কক্ষপথত স্থাপন কৰা হয়।




বিজ্ঞানীসকলে ৰকেটটো নমাই পিএছএলভি-চি৫৪ৰ লগত অহা আন উপগ্ৰহবোৰক বেলেগ কক্ষপথত স্থাপন কৰিব আৰু এই অনুশীলনত প্ৰায় দুঘণ্টা সময় লাগিব বুলি আশা কৰা হৈছে। এই বছৰৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ্ এইটোৱেই শেষ অভিযান।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?