--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বজুৰি পুৰুষসকলৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাইছে৷ এই চাঞ্চল্যকৰ ভাষ্য আগবঢড়াইছে এটি গৱেষণা সংস্থাই৷

 

সংস্থাটোৱে কৈছে যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বত পুৰুষৰ শুক্ৰাণু কমি আহিছে৷ ইয়াক অতি গুৰুত্বপূৰ্ বুলি তেওঁলোকে আখ্যা দিছে৷

 

মঙলবাৰে হিউমেন ৰিপ্ৰডাকচন আপডেট নামৰ এখন জাৰ্ণালত এই গৱেষণাটো প্ৰকাশ হৈছে৷ গৱেষণাটোত ৫৩ খন দেশক সাঙুৰি লোৱা হৈছে৷

 

উলা্লেখ্য যে শুক্ৰাণুৱে কেৱল প্ৰজনন ক্ষমতাই নহয়, পুৰুষৰ স্বাস্থ্যও নিয়ন্ত্ৰণ কৰে৷ যদি নিম্ন হাৰত শুক্ৰাণু থাকে, তেন্তে নানা ধৰণৰ অসুখ, ডিম্বাশয়ৰ কেঞ্চাৰ আৰু আয়ুস কমাৰ দৰে অথন্তৰে দেখা দিব পাৰে৷

 

সংস্থাটোৱে বিশ্বজুৰি শুক্ৰাণু কমি অহাৰ বিষয়ে কয় যে ই এটা গোলকীয় সমস্যা৷ এই সমস্যা আধুনিক জীৱনযাত্ৰা আৰু পৰিৱেশৰ ফলত উদ্ভৱ হৈছে৷

 

আনহাত, ভাৰতৰ বিষয়ে বিশেষভাৱে উল্লখ কৰি গৱেষণাটোত কোৱা হৈছে দেশখনত ইয়াক গভীৰভাৱে দেখা পোৱা গৈছে৷ এগৰাকী গৱেষক হাগাই লেভিনে কয় যে ভাৰতত লাভ কৰা নিৰ্ভৰৃযোগ্য তথ্য অনুসৰি, দেশখনত অত্যন্ত শক্তিশালীভাৱে শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাব ধৰিছে৷

 

গৱেষকগৰাকীয়ে কয় যে এয়া মানৱজাতিৰ অস্তিত্বৰ বাবেই এটা ভাবুকিস্বৰূপ৷ সেয়ে বিশ্বজুৰি এই সম্পৰ্কে ব্যৱস্থা লোৱাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?