--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মধ্য প্ৰদেশ: মধ্য প্ৰদেশৰ চিধি জিলাত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ আজি পুৱা প্ৰায় ৭:৩০ বজাত এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা পৰি যায়৷ বৰ্তমানলৈ কমেও ৩৫টা মৃতদেহ উলিয়াই দিয়া হৈছে আনহাতে ২০ জন সন্ধানহীন হৈ আছে। প্ৰকাশ কৰা সূত্ৰ অনুসৰি প্ৰায় ৬৫ জন যাত্ৰী বাছখনত আছিল৷ ৰাজধানী ভূপালৰ পৰা প্ৰায় ৫৬০ কিলোমিটাৰ দূৰত মধ্য প্ৰদেশৰ চিধি জিলাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো৷

আৰু পঢ়িব পাৰিব : বহু প্ৰত্যাক্ষিত অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (এছডিআৰএফ)ৰ এটা দলে সংশ্লিষ্ট অন্যান্য বিষয়াসকলৰ সৈতে পুৱা উদ্ধাৰ অভিযান আৰম্ভ কৰে বুলি মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়। চিকিৎসক আৰু এম্বুলেন্সবোৰো স্থানলৈ লৈ গৈছিল।

আৰু পঢ়িব পাৰিব : মৈৰাবাৰীত নিশা মৰেল পুলিচৰ প্ৰহাৰ কিশোৰক: আৰক্ষীৰ হাতত উদ্ধাৰ

"যি ঘটিছে সেয়া অত্যন্ত দুখজনক। উদ্ধাৰৰ কাম ইতিমধ্যে চলি আছে। মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ'ব। সমগ্ৰ ৰাজ্য দুৰ্ভগীয়া পৰিয়ালৰ সৈতে আছে," শিৱৰাজ সিং চৌহানে এটা ভিডিঅ' বাৰ্তাত এই কথা প্ৰকাশ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?