--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

তিৰুবনন্তপুৰম : পশ্চিম বংগৰ প্ৰব্ৰজনকাৰী কৰ্মীয়ে কেৰালা চৰকাৰৰ কৰুণ্য প্লাছ লটাৰীৰ পৰা ৮০ লাখ টকাৰ বাম্পাৰ পুৰস্কাৰ লাভ কৰা ঘটনাই সকলোতে চৰ্চিত হৈছে। পশ্চিম বংগৰ বাসিন্দা প্ৰতিভা মণ্ডল নামৰ এগৰাকী মহিলাই তিৰুবনন্তপুৰমলৈ নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰিবলৈ আহিছিল। তেওঁৰ ৪০ টকাৰ লটাৰীৰ ৩৫**০নম্বৰৰ টিকট ক্ৰয় কৰি বৃহস্পতিবাৰে লাখপতি হৈছিল।

আৰু পঢ়িব পাৰিব : ইনিংছ ব্যৱধানত পৰাস্ত ইংলেণ্ড, ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ ভাৰত

অপ্ৰত্যাশিত এই লটাৰী টিকটটো তেওঁৰ সৈতে ৰাখিবলৈ ভয় খাইছিল। তেওঁ তৎক্ষণাৎ কেৰালা আৰক্ষীৰ পৰা সহায় আৰু নিৰাপত্তা বিচাৰিছিল। প্ৰতিভা মণ্ডলে পোনপটীয়াকৈ পূজাপপুৰা আৰক্ষী থানালৈ গৈছিল আৰু তেওঁৰ সকলো কথা ব্যাখ্যা কৰিছিল। কেৰালাৰ আন বহুতো প্ৰব্ৰজিত শ্ৰমিকৰ দৰে, প্ৰতিভা মণ্ডলৰো বেংক একাউণ্ট নাই।

আৰু পঢ়িব পাৰিব : দুই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈয়ে! ৰাইজৰ দলৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

আৰক্ষীয়ে পূজাপপুৰাৰ কানাড়া বেংকৰ শাখাত এটা একাউণ্ট খুলিবলৈ উপদেশ দিছিল। লগতে বেংকৰ বিষয়াসকলক আৰক্ষী থানালৈ লৈ আহিছিল আৰু বেংকৰ লকাৰত লটাৰী টিকটটো সুৰক্ষিতকৈ ৰখাৰ ব্যৱস্থা কৰিছিল। কেৱল হিন্দী কথা কোৱা প্ৰতিভা মণ্ডলে নাজানে তেওঁৰ ঠিকনা৷ সেয়েহে, আৰক্ষীয়ে তেওঁক তেওঁৰ পৃষ্ঠপোষকৰ সৈতে আহি বেংক একাউণ্ট খুলিবলৈ নিৰ্দেশ দিছিল। আৰক্ষীয়ে প্ৰতিভা মণ্ডলক তেওঁলোকৰ বাহনখন টিকট ৰখা বেংকলৈ যাবলৈ প্ৰদান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?