--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী চিনেমাৰ ইতিহাসত বহুতো ৰোমান্টিক ছবি নিৰ্মাণ হৈছে।এনে বহুতো ছবি যি মানুহৰ মন জয়ী কৰি আহিছে ৷ বলীউডৰ কিছুমান ছবি, যিবোৰ দৰ্শকৰ মাজত ইমানেই উন্মাদ হৈ পৰিছিল যে এবছৰৰ পাছতো পৰ্দাৰ পৰা আঁতৰা নাছিল।আজি আমি এনে এখন ছবিৰ বিষয়ে আলোচনা কৰিম ৷ 

Raja Hindustani Turns 23: 10 Facts About Aamir Khan, Karisma Kapoor's 1996  Romantic Film - Zee5 News

এই ছবিখনৰ নাম ৰাজা হিন্দুস্তানী ৷ এই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আমিৰ খান আৰু কৰিশ্মা কাপুৰে। ১৯৯৬ চনত মুক্তি পোৱা এই ছবিখনে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। এই ছবিখনৰ পৰিচালক আছিল ধৰ্মেশ দৰ্শন। 

Four reasons to revisit Aamir Khan's 'Raja Hindustani' on its 25th  anniversary


‘ৰাজা হিন্দুস্তানী’ ছবিখনত আমিৰ খান আৰু কৰিশ্মা কাপুৰৰ যুটিক দৰ্শকে যথেষ্ট ভাল পাইছিল। ছবিখনৰ সকলো গীত জনপ্ৰিয় হৈছিল আৰু টাইটেল ট্ৰেকটো মানুহৰ প্ৰিয় হৈ পৰিছিল।
Aamir Khan's Controversial Kiss with Karisma Kapoor in Raja Hindustani –  Blast From the Past - Masala.com


‘ৰাজা হিন্দুস্তানী’ এখন ৰোমান্টিক ছবি যাৰ বাজেট আছিল মাত্ৰ ৫.৭৫ কোটি টকা। কিন্তু যেতিয়া ছবিখন মুক্তি পালে তেতিয়া ই বক্স অফিচত ইমানেই ধুমুহাৰ সৃষ্টি কৰিলে যে ছবিখন ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হ’ল।তথ্য অনুসৰি আমিৰ খান আৰু কৰিশ্মা কাপুৰ অভিনীত এই ছবিখন সপ্তাহ বা মাহ নহয়, প্ৰায় এবছৰ ধৰি ছবিগৃহত থাকিল।
Watch Raja Hindustani Online | 1996 Movie | Yidio

৫.৭৫ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এই ছবিখনে ভাৰতত বক্স অফিচত ৪৩.২০ কোটি টকাৰ দৰ্শনীয় সংগ্ৰহ লাভ কৰে। আনহাতে ৱৰ্ল্ডৱাইড ৰাজা হিন্দুস্তানীয়ে ৭৬.৩৪ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল। আমোদজনক যে এই ছবিখন ফিল্মফেয়াৰত ৮ বছৰ মনোনীত হৈছিল। এই ছবিখনৰ বাবে আমিৰ খানে প্ৰথম শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?