--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্চায়ত নির্বাচনত ভোটাৰৰ আগত নতুন নতুন প্রতিশ্রুতিৰ বন্যা বোওৱা ৰাজ্য চৰকাৰখনে পঞ্চায়তৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগদিনা অর্থাৎ ৬ মে'ত ল'ব পুনৰ ৯০০ কোটি টকাৰ ঋণ। ৰাজ্য চৰকাৰখনে এইবাৰ ২০ বছৰৰ বাবে বণ্ড বিক্ৰী কৰি ৰিজাৰ্ভ বেংকৰ পৰা এই ঋণ ল'ব। 

তাৎপর্যপূর্ণ কথা এয়ে যে মাত্র সৌ সিদিনা, অর্থাৎ ২২ এপ্ৰিলতো ৰাজ্য চৰকাৰখনে ১৫ বছৰৰ বাবে বণ্ড বিক্ৰী কৰি ৯০০ কোটি টকাৰ ঋণ লৈছিলহে। এতিয়া অহা ৬ মে'ত ল'বলগীয়া ৯০০ কোটিৰ ঋণকে ধৰি এই বছৰৰ মাত্র ৫ মাহত ৰাজ্য চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ হ'ল ৯৭৫০ কোটি টকা আৰু ৰাজ্য চৰকাৰখনৰ সৰ্বমুঠ ঋণৰ পৰিমাণ হ'লগৈ ১ লাখ ৭৩ হাজাৰ ৭৫০ কোটি টকা। 

ঋণ-নিৰ্ভৰ এইখন চৰকাৰৰ বিত্ত মন্ত্ৰীগৰাকীয়ে বাজেট অধিৱেশনতে বিধানসভাত ঘোষণা কৰিছিল যে নতুন বিত্তীয় বৰ্ষত চৰকাৰখনে মুঠ ৩৪১৮৫ কোটি টকাৰ ঋণ ল'ব। এতিয়া চৰকাৰখনে ঋণৰ বোজা সাধাৰণ জনতাৰ মূৰত জাপি দি জনতাক ঘিউ খুৱাই আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?