--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ সামৰণি পৰিব৷ ২৭ মাৰ্চত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন৷ আজি বিয়লি ৪৭ সমষ্টিৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিব৷ অন্তিম দিনটোত প্ৰতিটো সমষ্টিতে মাৰাথন প্ৰচাৰ চলাইছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে৷

আৰু পঢ়িব পাৰিব : এদিনতে ক’ভিড আক্ৰান্ত ৫০হাজাৰতকৈ অধিক !

তদুপৰি আজি নিজ নিজ সমষ্টিত বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে৷ প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত মাজুলীত প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ইয়াৰ উপৰি ৭টা স্থানত প্ৰচাৰ চলাব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷

আৰু পঢ়িব পাৰিব : অসমত পুনৰ উদ্বেগজনকভাৱে বাঢ়িছে ক’ৰনা ! নতুনকৈ আক্ৰান্ত ৪১জন

উল্লেখ্য যে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে শেষ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ৷ প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ প্ৰাৰ্থীয়ে ২৫ মাৰ্চৰ সন্ধিয়া ৬ বজাত নিৰ্বাচনী প্ৰচাৰ অন্ত পেলাব লাগিব। ৰেডিঅ’, টেলিভিছনতো প্ৰচাৰকাৰ্য বন্ধ ৰাখিব লাগিব৷ লগতে ঘোষণা কৰিব নোৱাৰিব এগজিট প’লৰ নিৰ্বাচনী ফলাফলো৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?