--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : কৃষি আইন বাতিলৰ দাবীত পুনৰ ২৬ মাৰ্চত ভাৰত বন্ধ ঘোষণা কৰিছে প্ৰতিবাদী কৃষকে। শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধৰ ঘোষণা কৰিছে কৃষক সংগঠনসমূহে। ভাৰত বন্ধৰ সময়ছোৱাত সমগ্ৰ দেশতে ৰে’ল চলাচল, বজাৰ আৰু অন্যান্য ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব।

আৰু পঢ়িব পাৰিব : আজি বিয়লি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ

ইয়াৰ উপৰি বন্ধৰ দিনটোত কেইবাখনো ৰাজ্যত গাখীৰ আৰু শাক-পাচলিৰ যোগান বন্ধ হোৱাৰ সম্ভাৱনা আছে। কৃষক সংগঠনসমূহে ভাৰত বন্ধ ঘোষণা কৰাৰ লগতে পঞ্জাবত কৃষকসকলে ৰে’ল অৱৰোধ কাৰ্যসূচীও ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে।

আৰু পঢ়িব পাৰিব : এদিনতে ক’ভিড আক্ৰান্ত ৫০হাজাৰতকৈ অধিক !

কৃষক সংগঠনসমূহে ৰাইজক শুকুৰবাৰৰ দিনটোত ১২ঘণ্টাৰ বাবে নিজৰ দোকান আৰু কাৰ্যালয় বন্ধ ৰাখিবলৈ আহ্বান জনায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?