--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হোৱাইট হাউছ আৰু আমেৰিকাৰ উচ্চ শিক্ষা বিভাগৰ মাজত ইতিমধ্যে হোৱা যুঁজখন অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ 'ট্রুথ ছচিয়েল'ত দিয়া এটা পোষ্টত দেশখনৰ অন্যতম গুৰুত্বপূৰ্ণ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, হাভার্ড বিশ্ববিদ্যালয়ক সমালোচনাৰ লক্ষ্য কৰি লয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। 

হাভার্ড বিশ্ববিদ্যালয়ক পুনৰ লক্ষ্য কৰি লৈ ট্রাম্পে বিশ্ববিদ্যালয়খনক জ'ক বুলি অভিহিত কৰে আৰু বিশ্ববিদ্যালয়খনত পঢ়ুওৱা শিক্ষকসকলক 'মুৰ্খ' বুলি কয়। 

উল্লেখযোগ্য যে ট্রাম্পে ইয়াৰ আগতে বিশ্ববিদ্যালয়খনলৈ আগবঢ়োৱা প্রায় ১৮ হাজাৰ কোটি টকাৰ পুঁজি বন্ধ কৰে। ট্রাম্পে নিউয়র্ক আৰু ছিকাগোৰ ডেম'ক্রেটিক মেয়ৰ বিল ডি ব্লাছিয়ো আৰু লৰী এলেন লাইটফুটক সমালোচনা কৰি কয় যে বিশ্ববিদ্যালয়খনে নিজৰ পথ হেৰুৱাই পেলাইছে আৰু বিশ্ববিদ্যালয়খনে শিক্ষা প্রদান কৰাতকৈ এখন ৰাজনৈতিক প্রতিষ্ঠান হিচাপেহে কাম কৰি আছে বুলি তেওঁ কয়। নিউয়র্ক তথা ছিকাগোত হাস্যস্পদভাৱে উচ্চ দৰমহা তথা মাননীৰে দেশৰ ইতিহাসৰ আটাইতকৈ অক্ষম মেয়ৰ নিযুক্ত কৰিছে যাতে নগৰপালিকা তথা চৰকাৰক এশিকনি দিব পাৰে। এই দুয়োখন মহানগৰক গোড়া বাওপন্থী 'মুখ'ই বহুদূৰ পিছলৈ লৈ হৈছে বুলি ট্রাম্পে কয়। তেওঁ কয় যে এতিয়া হাভার্ডে বিশ্বৰ অগ্রণী বিশ্ববিদ্যালয়ৰ তালিকাত স্থান পাব নালাগে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?