--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে পৰিয়ালসহ বিদেশ ভ্রমণলৈ ওলাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে নিশা নেদাৰলেণ্ডলৈ ৰাওনা হোৱা মুখ্যমন্ত্ৰীগৰাকী অহা ১২ এপ্রিলতহে অসমলৈ ঘূৰি আহিব। 

চৰকাৰী কাৰ্যসূচী নোলোৱাকৈ সম্পূর্ণ ব্যক্তিগত ভ্রমণসূচীৰে নেদাৰলেণ্ডলৈ ওলোৱা মুখ্যমন্ত্রী সোমবাৰে নিশা দিল্লীৰ পৰা উৰা মাৰে। উল্লেখযোগ্য যে ৰাজ্যত অহা দুই আৰু সাত মে'ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।

মুখ্যমন্ত্ৰী ড° শৰ্মাই অহা ১২ এপ্রিলত অসমলৈ ঘূৰি অহাৰ এদিনৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়াও সমাপ্ত হ'ব। ইয়াৰ পাছতে অনুষ্ঠিত হ'ব অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি। অৱশ্যে বিহুৰ আগে আগে মুখ্যমন্ত্রী অসমত আহি উপস্থিত হ'বহি।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?