--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  বেইজিঙৰ পৰা সামৰিক ভাবুকি পাই থকাৰ মাজতে টাইৱানে ইয়াৰ সেনাৰ সক্ষমতা শক্তিশালী কৰিছে। 

বুধবাৰে টাইৱানৰ প্ৰতিৰক্ষা মন্ত্রী বেলিংটন কুই কয় যে চীনে দ্বীপ ৰাষ্ট্ৰখনৰ বিৰুদ্ধে সামৰিক অনুশীলন বৃদ্ধি কৰি আছে। যিকোনো মুহূর্ততে চীনে টাইৱানত আক্ৰমণ কৰিব পাৰে। চীনৰ আগ্রাসনক শক্তিশালীভাৱে প্রতিহত কৰাৰ বাবে টাইৱানে ইয়াৰ সামৰিক শক্তি বৃদ্ধি কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্রীজনে সদৰী কৰে। 

ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা পাঁচদিনীয়া সামৰিক অনুশীলন আৰম্ভ কৰিছে দ্বীপ ৰাষ্ট্ৰখনে। শত্রু চীনৰ পৰা সষ্টম থাকিবলৈ দেশখনৰ সেনাক নির্দেশ দিয়া হৈছে। প্রতিৰক্ষা মন্ত্রালয়ে সদৰী কৰা অনুসৰি, টাইৱানৰ ৰাজধানী টাইপেইৰ বাহিৰৰ প্রধান ঠাইসমূহত দেশখনে সামৰিক অনুশীলন চলোৱাৰ লগতে অস্ত্র-শস্ত্রও মজুত কৰি ৰাখিছে।


উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?