--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত মাত্ৰ আৰু কেইটামান দিন। প্ৰতি বছৰে মাঘৰ শুক্ল পঞ্চমী তিথিত পালন কৰা হয় সৰস্বতী পূজা। আগন্তুক সৰস্বতী পূজাক লৈ বিশেষকৈ ছাত্ৰ -ছাত্ৰীসকলৰ মাজত এক উখল- মাখল পৰিবেৱশে বিৰাজ কৰিছে।সৰস্বতী পূজাক লৈ ইতিমধ্যে ব্যস্ত হৈ পৰিছে প্ৰতিখন শিক্ষানুষ্ঠানৰ ছাত্ৰ -ছাত্ৰী।

এইবর্ষ সৰস্বতী পূজাৰ তিথি ২ ফেব্ৰুৱাৰীত আৰম্ভ হৈ ৩ ফেব্ৰুৱাৰীলৈ থাকিব ৷ কিন্তু এনে কি কাম কৰিলে সৰস্বতী দেৱী সন্তুষ্ট হয় জানেনে ?

সৰস্বতী পূজাৰ দিনা পুৱা পূজাস্থলীলৈ গৈ তাত ৩ গছি ঘি চাকি জ্বলাই তিনি পাহ বগা ফুল মাৰ শ্ৰী চৰণত অৰ্পণ কৰিলে দেৱী সৰস্বতী সন্তুষ্ট হয় বুলি জনা যায়।

সৰস্বতী পূজাত ভোগৰ সামগ্রী হিচাপে হালধি, মগু দাইল, বুটৰ দাইল দান কৰাৰ লগতে সৰস্বতী মাৰ ওচৰত কল আগবঢ়ালে দেৱী সৰস্বতী সন্তুষ্ট হয়।

"ঔমঃ এম হিম ক্লিম মহা সৰস্বতী দেৱীঐ নমঃ" এই মন্ত্ৰ এখন হালধীয়া ৰঙৰ কাগজত ৰঙা চিয়াঁহীৰে লিখি পঢ়া টেবুলত ৰখাৰ লগতে দৈনিক ২১ বাৰকৈ এই মন্ত্ৰটো পাঠ কৰিলে পঢ়া-শুনাত থকা বাধাসমূহ নাইকিয়া হ'ব ৷

আনহাতে পঢ়াৰ ক্ষেত্ৰত যদি বহুত বেছি বাধাৰ সন্মুখীন হৈ আছে তেন্তে সৰস্বতী পূজাৰ ভোগ বনোৱা স্থানত এটা নিমখৰ পেকেট অৰ্পণ কৰিব পাৰে। এনে কৰিলে সৰস্বতী মা সন্তুষ্ট হয়।

(উৎসঃ দৈনিক জনমভৃমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?