--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দৰিদ্ৰতা যেন এক ব্যাধি৷ দেশৰ তিনিখন ৰাজ্যত দৰিদ্ৰতাৰ হাৰ তীব্ৰ হাৰত বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ হোৱাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ৷ নীতি আয়োগৰ এক বিশেষ সমীক্ষাত বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰপ্ৰদেশত দৰিদ্ৰতাৰ হাৰ সবাটোকৈ বৈছিল৷ ইয়াৰ পাছতে আছে মধ্য প্ৰদেশ আৰু উত্তৰ-পূৱৰ মেঘালয় ৰাজ্য৷

প্ৰতিবেদনত উল্লেখ থকা অনুসৰি বিহাৰৰ ৫১.৯২ শতাংশ মানুহেই দৰিদ্ৰ৷ ইয়াৰ উপৰি ঝাৰখণ্ডৰ ৪২.১৬, উত্তৰ প্ৰদেশৰ ৩৭.৭৯শতাংশ৷ মধ্য প্ৰদেশত ৩৬.৬৫ শতাংশ আৰু উত্তৰ পূৱৰ ৰাজ্য মেঘালয় ৩২.৬৭ শতাংশ দৰিদ্ৰতাৰ হাৰ৷

আনহাতে দৰিদ্ৰতাৰ তালিকাৰ প্ৰথম থকা বিহাৰত বেছিসংখ্যক লোকে অপুষ্টিত ভুগা বুলি তথ্যত প্ৰকাশ পাইছে৷ ৰাজ্যখনত স্বাস্থ্য, শিক্ষাৰ পৰা বঞ্চিত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ উপৰি বিদ্যুৎ আদি সেৱাৰ পৰা বঞ্চিত লোকৰ সংখ্যা বৃদ্ধি বিহাৰত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?