--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ নতুন চামৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ এখন ছবিৰ শ্বুটিঙৰ বাবে উস্পস্থিত আছে হায়দৰাবাদত৷ ভগৱনাৰ প্ৰতি থকা গভীৰ আস্থাৱান অভিনেত্ৰীগৰাকী প্ৰায়ে তিৰুপতি মন্দিৰ আৰু উজ্জয়িন মহাকাল আৰু কেদাৰনাথত পূজা-অৰ্চনা কৰিবলৈ যায়৷ এইবাৰ হায়দৰাবাদৰ মধুৰানগৰৰ হনুমান মন্দিৰতো পূজা-অৰ্চনা কৰা দেখা গ’ল বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰক।

জানিব পৰামতে হনুমান মন্দিৰত পূজা কৰাৰ সুযোগ হেৰুৱাব খুজা নাছিল অভিনেত্ৰীগৰাকীয়ে। মন্দিৰৰ পূজাৰীয়ে আশীৰ্বাদ দিয়ে অভিনেত্ৰীগৰাকীক। অভিনেত্ৰী গৰাকীৰ মন্দিৰৈ যোৱা ভিডিঅ’ সামাজিক মাধ্যমত চৰ্চিত হৈ থাকে৷

উল্লেখযোগ্য যে জাহ্নৱী কাপুৰে তেলেগু ছবি ‘দেৱৰ’ত অভিনয় কৰিছিল যাৰ বাবেই তেলেগু দৰ্শকৰ মাজতো জনপ্ৰিয় হৈ পৰে অভনেত্ৰীগৰাকী। তেওঁৰ আগন্তুক ছবি ‘দেৱাৰ ২’তো বিশেষ ভূমিকা লাভ কৰাৰ সম্ভাৱনা আছে। বৰ্তমান অভিনেত্ৰীগৰাকীয়ে ৰাম চৰণৰ ছবি ‘আৰ চি ১৬’ত কাম কৰি আছে। হায়দৰাবাদত এই ছবিখনৰ দৃশ্য গ্ৰহণ চলি আছে যাৰ বাবে অভিনেত্ৰী গৰাকী হায়দৰাবাদত উপস্থিত আছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?