--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বছৰটোৰ এখন অন্যতম বহু প্ৰত্যাশিত ছিকুৱেল ছবি ‘পুষ্পা ২: দা ৰুল’ৰ ১৭ নৱেম্বৰ তাৰিখে পাটনাত ট্ৰেইলাৰ মুকলি কৰে৷ আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনা অভিনীত ছবিখনৰ  ট্ৰেইলাৰ মুকলি হোৱাৰ লগে লগে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে৷ ইতিমধ্যে ভাৰতীয় চিনেমাত সৰ্বাধিক দৰ্শন কৰা লাইভ ট্ৰেইলাৰৰ ৰেকৰ্ড স্থাপন কৰিছে‘পুষ্পা ২: দা ৰুল’ৰ ট্ৰেইলাৰে।

প্ৰসিদ্ধ পৰিচালক এছ এছ ৰাজামৌলীয়ে সামাজিক মাধ্যমত এটা প’ষ্টৰ জৰিয়তে আল্লু অৰ্জুনৰ ‘পুষ্পা ২: দা ৰুল’ৰ ট্ৰেইলাৰৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰিছে৷ ইয়াৰোপৰি বহু চেলিব্ৰিটিয়েও পুষ্পা ২ৰ  ট্ৰেইলাৰৰ প্ৰতি প্ৰশংসাৰে উপচাই পেলাইছে৷ 

উল্লেখযোগ্য যে ‘পুষ্পা ২: দা ৰুল’, পৰিচালক চুকুমাৰে ছুবিখনৰ প্ৰথম অংশত যি দৰে আল্লু অৰ্জুনৰ শক্তিশালী অভিনয় তথা কলা-কৌশলৰ দ্বাৰা দৰ্শকৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ছবিখনৰ দ্বিতীয় অংশ পুষ্পা ২: দা ৰুলেও দৰ্শকৰ দুগুণ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে৷

‘পুষ্পা ২: দা ৰুল’ ট্ৰেইলাৰ মুকলি হোৱাৰ পাছতে দৰ্শকৰ মাজত যি উত্তেজনা পৰিলক্ষিত হ’ল, ইয়াৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে দৰ্শকসকল ছবিখনৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে !
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?