--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে ৰাজ্যত চলিছে ‘ফ্লাইং স্কোৱাড’ৰ অভিযান৷ ২৭ ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যত চলিছে ‘ফ্লাইং স্কোৱাড’ৰ অভিযান৷ এই পৰ্যন্ত ৬৪ লাখ ৪৩ হাজাৰ নগদ ধন উদ্ধাৰ হৈছে সমগ্ৰ ৰাজ্যত৷ ৫৩ লাখ ৫৮ হাজাৰ টকাৰ সুৰা জব্দ হৈছে সমগ্ৰ ৰাজ্যত৷

আৰু পঢ়িব পাৰিব : বিধানসভা নিৰ্বাচনত যুঁজিবলৈ সাজু ৫জন সাংসদ!

২৭ ফেব্ৰুৱাৰীত জব্দ ২০ লাখ ৭০ হাজাৰ নগদ ধন আৰু ১২ হাজাৰ লিটাৰ সুৰা৷ ২৮ ফেব্ৰুৱাৰীত জব্দ ১০ হাজাৰ লিটাৰ সুৰা৷ ১ মাৰ্চত জব্দ ৩৪ লাখ ২৮ হাজাৰ ৬০৫ নগদ ধন আৰু ২৭ হাজাৰ লিটাৰ সুৰা৷

আৰু পঢ়িব পাৰিব : ৯২টা সমষ্টিত হ’ব বিজেপিৰ যুঁজ : অগপ-ইউপিপিএললৈ এৰিলে বাকী সমষ্টি

২ মাৰ্চত জব্দ ৫ লাখ ৬২ হাজাৰ ৯০ নগদ ধন আৰু ৩৭ হাজাৰ লিটাৰ সুৰা৷ ৩ মাৰ্চত ৩৮ লাখ ২ হাজাৰ ৪০০ নগদ ধন আৰু ২৩ হাজাৰ লিটাৰ সুৰা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?