--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটীঃ আজি ‘জনতা ভৱনত’ত মুখ্য নিৰ্বাচনী বিষয়াই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মুকলি কৰা হয় ব’হাগ আৰু ব’হাগী নামৰ দুই শুভংকৰ। ভোটদানৰ হাৰ বৃদ্ধিৰ লক্ষ্যৰে শুভংকৰ দুটি মুকলি কৰিছে নিৰ্বাচন আয়োগে। লগতে মুকলি কৰা হৈছে নিৰ্বাচন শীৰ্ষক গীত।

আৰু পঢ়িব পাৰিব : ফ্লাইং স্কোৱাডৰ অভিযানত জব্দ কেইবালাখ ধনসহ সুৰা

ভোটানদানৰ হাৰ বৃদ্ধিৰ বাবে এই ব্যৱস্থা ৰাজ্যিক নিৰ্বাচন আয়োগৰ। ৰাজ্যিক নিৰ্বাচন আয়োগৰ মূল শ্ল’গান হ’ল- ‘আৱ কি বাৰ ৮৫ শতাংশ পাৰ’। সংবাদমেলত উপস্থিত থাকে ক্ৰিকেটাৰ ৰিয়ান পৰাগ, অভিনেতা কপিল বৰা, সংগীত শিল্পী অনিন্দিতা পল আৰু পেৰা চাইক্লিস্ট ৰাকেশ বণিক। এই চাৰিগৰাকীৰ সহায়ত নিৰ্বাচন আয়োগে চলাব সজাগতা অভিযান।

আৰু পঢ়িব পাৰিব : পুনৰ চৰ্চাত সুশান্ত সিঙৰ আত্মহত্যাৰ ৰহস্য ! ১২হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল…

সজাগতাৰ বাবে গঠন কৰা হৈছে শ্বুইপ (SWEEP) চেল। ট্ৰ’ল ফ্ৰী নম্বৰ ১৯৫০ত ফোন কৰিব পাৰিব ভোটাৰসকলে। সমগ্র অসমতে বাটৰ নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?