--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ’ই ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে৷  এক হৃদয়স্পৰ্শী মুহূৰ্তত ভাৰতৰ কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰে প্ৰতিশ্ৰুতি পালন কৰি জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়ত পেৰা ক্ৰিকেটাৰ আমিৰ হুছেইন ল’নক সাক্ষাৎ কৰে।

তেণ্ডুলকাৰে আমিৰক নিজৰ হোটেলৰ কোঠালৈ নিমন্ত্ৰণ কৰি জম্মু-কাশ্মীৰ পেৰা ক্ৰিকেট দলৰ অধিনায়কৰ সৈতে কথা পাতি স্বাক্ষৰ সম্বলিত বেটো উপহাৰ দিয়ে। তেণ্ডুলকাৰে নিজৰ ‘এক্স’ হেণ্ডেলত তেওঁলোক দুয়োৰে অন্তৰংগ মূহূৰ্তৰ ভিডিঅ’ পোষ্ট কৰি পোষ্টটোৰ কেপচন দিছিল, “আচল নায়ক আমিৰলৈ! প্ৰেৰণাদায়ক হৈ থাকা… তোমাক লগ পাই বৰ ভাল লাগিল।”

ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীক আমিৰৰ জীৱন কাহিনীয়ে আপ্লুত কৰিছিল আৰু পৰিয়ালৰ সৈতেও মত বিনিময় কৰিছিল৷


বিজবেহাৰাৰ বিচিত্ৰ গাঁও ৱাঘামাৰ পৰা আহি আমিৰৰ জীৱনত ৮ বছৰ বয়সত ভয়াৱহ ৰূপ ল’লে যেতিয়া পিতৃৰ মিলত সংঘটিত হোৱা এক মৰ্মান্তিক দুৰ্ঘটনাৰ ফলত তেওঁৰ দুয়োখন হাত হেৰুৱাই পেলায়। কিন্তু হতাশাৰ সন্মুখীন হোৱাৰ পৰিৱৰ্তে আমিৰে সকলো বিপদক অৱজ্ঞা কৰি পেছাদাৰী ক্ৰিকেটাৰ হিচাপে এক উল্লেখযোগ্য যাত্ৰাত নামি পৰে, ২০১৩ চনৰ পৰা ক্ৰিকেট খেলপথাৰত আমিৰে নিজৰ ব্যতিক্ৰমী প্ৰতিভা প্ৰদৰ্শন কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?