--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুগল পে’ ব্যৱহাৰকাৰীসকলৰ বাবে দুখবৰ৷ অচিৰেই বন্ধ হ’ব গুগল পে‘৷ শেহতীয়া এক খবৰ অনুসৰি, গুগলে এই এপটো বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷

প্ৰযুক্তি প্ৰতিষ্ঠান গুগলে এটা ব্লগ পোষ্টত অহা ৪ জুনৰ পৰা গুগল পে’ৰ আমেৰিকান সংস্কৰণ বন্ধ কৰা হ’ব বুলি সদৰী কৰে৷ ৪ জুনৰ পৰা আমেৰিকাত গুগল পে’ এপটো বন্ধ হ’লেও কিন্তু ভাৰতত এই এপৰ সেৱা চলি থাকিব।
 
এই এপটো আমেৰিকা, ভাৰত আৰু ছিংগাপুৰত সৰ্বাধিক ব্যৱহৃত হয়। আমেৰিকাত এপটো বন্ধ কৰি দিয়া হ’লেও ভাৰত আৰু ছিংগাপুৰত পূৰ্বৰ দৰেই চলি থাকিব এপটো৷
 
গুগলৰ তথ্য অনুসৰি, ভাৰত আৰু ছিংগাপুৰৰ ব্যৱহাৰকাৰীয়ে গুগল পে’ত কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগাত নপৰে। ৪ জুনৰ পাছত আমেৰিকাৰ ব্যৱহাৰকাৰীয়েহে ইয়াৰ দ্বাৰা ধনৰ আদান-প্ৰদান কৰিব নোৱাৰিব৷

প্ৰতিষ্ঠানটোৱে ইতিমধ্যে গুগল পে’ ব্যৱহাৰকাৰীসকলক গুগল ৱালেট এপলৈ স্থানান্তৰিত হ’বলৈ পৰামৰ্শ দিছে। ব্লগটোত গুগলে লিখিছে— ‘Zippy ব্যৱহাৰকাৰীসকলে যদি কন্টেক্টলেছ পেমেণ্ট সেৱা অব্যাহত ৰাখিব বিচাৰে, তেন্তে জুন মাহৰ সময়সীমাৰ পূৰ্বে Google Walletলৈ স্থানান্তৰিত হ’ব লাগিব।’
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?