--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটীঃ নলবাৰীত ‘এজেপি’ৰ নাৰায়ণ ডেকাৰ সমৰ্থক বাহিনীয়ে লুৰীণজ্যোতি গগৈৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যজুৰি ‘অসম জাতীয় পৰিষদ’-এ উত্তাল প্ৰতিবাদ সাব্যস্থ কৰিছে। বকো সমষ্টিৰ শতাধিক এজেপিৰ নেতা-কৰ্মীয়ে দুঘণ্টা ধৰি বিজেপিৰ বিৰুদ্ধে শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। বকো চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে। তিতাবৰতো জাতীয় পৰিষদৰ নেতা-কৰ্মীয়ে ৰূপায়ণ কৰিছে বিক্ষোভ কাৰ্যসূচী। আনহাতে চাবুৱা, পাটশালা, ঢকুৱাখনা, কলিয়াবৰ, নলবাৰী, নগাঁও আদি চহৰতো দেখা গ’ল প্ৰতিবাদী কাৰ্যসূচী।

আৰু পঢ়িব পাৰিব :প্ৰিয়ংকাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম বাংলাদেশত হ’বঃ হিমন্ত


লুৰিণজ্যোতি গগৈৰ ওপৰত চলোৱা আক্ৰমণৰ সন্দৰ্ভত ড: সমুজ্জল কুমাৰ ভট্টাচাৰ্যয়ো প্ৰতিক্ৰিয়া আগবঢ়াইছে। লুৰীণজ্যোতিৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে দোষিক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে সমুজ্জল ভট্টাচাৰ্যই।

আৰু পঢ়িব পাৰিব :সুখবৰ : দেশত অতিশীঘ্ৰেই পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস হ’ব

নিৰ্বাচনী হিংসাৰ জৰিয়তে গণতান্ত্ৰিক প্ৰক্ৰিয়াক মষিমূৰ কৰাৰ চেষ্টা চলোৱা হৈছে বুলি মন্তব্য কৰি ছাত্ৰ নেতাজনে নিৰ্বাচন আয়োগক এই ঘটনাৰ লগত জড়িতসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?