--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : পূৰ্বৰ নিৰ্বাচনত নথকা বিশেষ পোষ্টেল বেলেট ব্যৱস্থা কৰিব এইবাৰ নিৰ্বাচনত৷ আজি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া নিটিন খাদেৰে এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে৷ পোষ্টেল বেলেট সম্পৰ্কে নিৰ্বাচন আয়োগৰ আয়োজন কৰে এই সংবাদমেলৰ। ক'ৰনা ভাইৰাছ মহামাৰীৰ পাছত সলনি হৈছে পোষ্টেল বেলেটৰ বিশেষ প্ৰক্ৰিয়া৷ তিনিটা কেটেগৰীত পোষ্টেল বেলটযোগে ভোট দিব পাৰিব ভোটাৰে৷

আৰু পঢ়িব পাৰিব : লুৰীণজ্যোতি গগৈৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

৮০ বছৰৰ ঊৰ্ধ্বৰ লোকৰ বাবে পোষ্টেল বেলটৰ এই বিশেষ সুবিধা প্ৰদান নিৰ্বাচন আয়োগৰ৷ আনহাতে ক'ভিড আক্ৰান্ত লোকে পোষ্টেলযোগে ভোট দিব পাৰিব৷ তাৰ উপৰি বিশেষভাৱে সক্ষম লোকৰ বাবে পোষ্টেল বেলটৰ সুবিধা৷ জিলা নিৰ্বাচনী বিষয়াৰ জৰিয়তে তত্ত্বাৱধান কৰা হৈছে এই বিষয়টো৷ তৃণমূল পৰ্যায়ৰ কৰ্মচাৰী ঘৰে ঘৰে গৈ এই সুবিধা অৱগত কৰা হৈছে৷ প্ৰথম পৰ্যায়ত ৬ মাৰ্চৰ পূৰ্বে আবেদন জমা দিব লাগিব৷

আৰু পঢ়িব পাৰিব : প্ৰিয়ংকাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম বাংলাদেশত হ’বঃ হিমন্ত

BLO যে স্বাস্হ্য বিভাগৰ দল লগত লৈ তিনি কেটেগৰীৰ গৃহত উপস্থিত হ'ব৷ অসমত ৮০ৰ ঊৰ্ধ্বৰ ২ লাখ ৯০ হাজাৰ ২৩৮ গৰাকী ভোটাৰ আছে৷ বিশেষভাৱে সক্ষম লোক ১ লাখ ৩৩ হাজাৰ ৭৮৯ গৰাকী ভোটাৰ আছে৷ বৰ্তমানে ৰাজ্যত ক'ভিড আক্ৰান্ত ভোটাৰৰ সংখ্যা ২৮৯জন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?