--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিন্ন গ্ৰহৰ প্ৰাণীকলৈ মানুহৰ কৌতূহলৰ অন্ত নাই। ভিন্ন গ্ৰহৰ প্ৰাণীৰ যান বহু ঠাইত দেখা পোৱা বুলিও বহুতে দাবী কৰি আহিছে। এইবাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে এইবুলি দাবী কৰিছে যে ভিন্ন গ্ৰহণৰ এলিয়েনে মানুহৰ ৰূপ ধাৰণ  কৰি আমাৰ মাজতে ঘূৰি-ফুৰিব পাৰে। যদি গৱেষকৰ এই দাবী সঁচা হয় তেন্তে  বিশ্বব্ৰহ্মাণ্ডত যে আমি অকলশৰীয়া নহয় সেয়া প্ৰমাণ হ’ব।


 হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দাবী কৰা হৈছে যে পৃথিৱীত গোপনে মানুহৰ মাজত এলিয়েন বাস কৰি থাকিব পাৰে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ হিউমেন ফ্ল’ৰিছিং প্ৰগ্ৰেমৰ গৱেষকসকলৰ এক নতুন গৱেষণা পত্ৰত কোৱা হৈছে যে এলিয়েনে মানুহৰ মাজত বিচৰণ কৰি থাকিব পাৰে। 

গৱেষণাটোৱে এইবুলিও কৈছে যে ইউ এফ অ’ৰ সহায়ত এলিয়েনে পৃথিৱীলৈ আহিব পাৰে। কিন্তু এলিয়েনে মানুহৰ মাজত থাকি কেনে তথ্য সংগ্ৰহ কৰিব পাৰে সেই বিষয়ত গৱেষকসকলে বিশেষ কোনো মন্তব্য কৰা নাই। উল্লেখ্য আমেৰিকাৰ বহুতে এলিয়েনৰ যান ইউ এফ অ’ দেখা বুলি দাবী কৰি আহিছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?