--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

বিহপুৰীয়া : বিহপুৰীয়া সমষ্টিত তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। সকলো ৰাজনৈতিক দলক তীব্ৰ প্ৰত্যাহবান জনাই নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে বিজেপিয়ে ৷ এনে সময়তেই বিহপুৰীয়াত প্ৰচাৰত নামিল পৰিল অভিনেতা যতীন বৰা৷ ডঃ অমিয় কুমাৰ ভূঞাৰ হৈ আজি প্ৰচাৰ চলায় যতীন বৰাই ।

আৰু পঢ়িব পাৰিব : আম্বানীৰ জীৱনলৈ ভাবুকিৰ ঘটনা : পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

বৰবালি গাঁও পঞ্চায়তৰ লগতে সমষ্টিটোৰ, গাঁৱে-ভূঁৱে, পদূলিয়ে পদূলিয়ে ডঃ ভূঞাৰ সপক্ষে ভোট বিচাৰি অভিনেতাগৰাকীয়ে প্ৰচাৰ অভিযান চলায়৷ প্ৰচাৰ অভিযান কালত যতীন বৰাই কবিতাৰ ভাষাৰে কয় যে-‘ পদুমৰ পাহি পাহি ভোট দিব হাঁহি হাঁহি, ভোট দিব কেনেকৈ, পদুম ফুলত চাপ মাৰি ৷

আৰু পঢ়িব পাৰিব : প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

আনহাতে কংগ্ৰেছৰ অপশাসনত ৰাইজ অতিষ্ঠ হৈ পৰিছে’- বুলিও মন্তব্য তেওঁৰ৷ আনহাতে কংগ্ৰেছে নোৱাৰা কাম ৫ বছৰত বিজেপিয়ে কৰি দেখুৱাইছে বুলিও মন্তব্য কৰে অভিনেতাগৰাকীয়ে৷ মহাজোঁটে একো ক্ষতি কৰিব নোৱাৰে বুলিও যতীন বৰাই উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?