--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : আজি আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদ দলে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ ৷ অসম চুক্তি ৰূপায়ণ দলৰ প্ৰথম আৰু প্ৰধান লক্ষ্য বুলি কয় অগপৰ নেতৃত্বই৷ ৬নং দফা কাৰ্যকৰী কৰাৰ কথা উল্লেখ আছে যদিও 'কা' স্থিতি সন্দৰ্ভত স্পষ্টভাৱে উল্লেখ কৰা পৰিলক্ষিত নহ’ল ইস্তাহাৰত৷

আৰু পঢ়িব পাৰিব : অভিনেতা আমিৰ খানৰ দেহত ধৰা পৰিছে কৰ’নাৰ অৱস্থিতি

চৰকাৰী চাকৰিৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰি বুলি উল্লেখ কৰিছে ইস্তহাৰত৷ নিবনুৱা সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিলেও কিন্তু চৰকাৰী চাকৰি কিমান দিয়া হ'ব কোনো সংখ্যা উল্লেখ নাই৷

আৰু পঢ়িব পাৰিব : কৰ’না সংক্ৰমণ ৰোধৰ বাবে কঠোৰ নিয়ম বলবতৰ নিৰ্দেশ কেন্দ্ৰৰ

ইস্তহাৰ মুকলি অনুষ্ঠানত সাংসদ বীৰেণ বৈশ্য, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, নুৰুল হুছেইন, মনোজ শইকীয়াসহ কেইবাগৰাকী অগপ নেতা উপস্থিত থাকে৷ আগন্তুক প্ৰথম পৰ্যায়ৰ নির্বাচনত অগপ দলে আটাইকেইখন আসন লাভ কৰিব বুলি মত প্ৰকাশ দলৰ নেতৃত্বৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?